• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ কৃষক বিদ্ৰোহত সম্প্ৰীতিৰ নিদৰ্শন! : মুছলাম যুৱকে প্ৰতিবাদী কৃষকৰ হাতত তুলি দিছে আহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2020 3:14 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী আৰু দিল্লী সীমান্তত অব্যাহত থকা কৃষক বিদ্ৰোহত দেখা গৈছে মানৱতাৰ এক উকৃষ্ট নিদৰ্শন।

আৰএছএছ, বিজেপি আদি গোড়া তথা কট্টৰ হিন্দুত্ববাদী সংগঠনৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ইছলাম বিৰোধী স্থিতি লোৱা বুলি অভিযোগ উঠি অহাৰ সময়তে মুছলমান সম্প্ৰাদয়ৰ যুৱকে কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী কৃষকক নিৰন্তৰ খাদ্য যোগান ধৰি আহিছে।

Apply Now

যোৱা বুধবাৰৰ পৰা পঞ্চাৱৰ ‘মুছলিম ফেডাৰেশ্যন অৱ পঞ্জাৱ’ নামৰ সংগঠনটোৰ ২৫ গৰাকী যুৱ সদস্যই দিল্লীৰ সিঙ্ঘু সীমান্তত অৱ্স্থান কৰি থকা কৃষক প্ৰতিবাদকাৰীসকলক খাদ্য যোগান ধৰিবলৈ এটা কেন্দ্ৰ স্থাপন কৰে।

সংগঠনটোৰ নেতা ফাৰুকি মুবিনে জনায় যে, বিক্ষোভত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী কৃষকসকল যাতে ভোকত থাকিব লগা নহয় তাৰ বাবে এইদৰে খাদ্য যোগান ধৰা হৈছে।

“যিমান দিন প্ৰতিবাদ চলি থাকিব সিমান দিনেই খাদ্য যোগান কেন্দ্ৰটো খোলা থাকিব। কৃষকসকলে আমাৰ বাবে বহু কৰি আহিছে। এতিয়া সময় আহিছে আমি তেওঁলোকৰ বাবে কিছু কৰাৰ। তেওঁলোকক চোৱাচিতা কৰাতো আমাৰ দায়িত্ব। আমি ভাগ্যৱান যে আমাৰ কৃষক ভাইসকলৰ বাবে আমি কিবা এটা কৰাৰ সুযোগ পাইছো।” সংবাদ মাধ্যমৰ আগত ফাৰুকিয়ে কয়।

উল্লেখ্য যে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ কৃষকে ৰাজধানী দিল্লীৰ লগতে দিল্লী সীমান্তৱৰ্তী সংযোগী এলেকাত শান্তি শৃংখলা বজাই ৰাখি আজি দহৰো অধিক দিন ধৰি নিৰন্তৰ প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে।

নিজৰ স্থিতিত অটল থকা কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেবালানিও আলোচনাত মিলিত হৈছে যদিও আলোচনা সফল হোৱা নাই।

যোৱা বৃহস্পতিবাৰে কৃষক প্ৰতিনিধিৰ সৈতে তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে একেলগে আলোচনাত অংশগ্ৰহণ কৰিছিল। সেই আলোচনাও বিফল হৈছে।

ইফালে শনিবাৰে অনুষ্ঠিত আলোচনাত কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত কৃষি আইন কেইখন সংশোধন কৰাৰ আশ্বাস প্ৰদান কৰা বুলি চৰকাৰী এক সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd