DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনত ৯বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা লম্পটক ৰাইজে উত্তম-মধ্যম শোধাই গতালে আৰক্ষীক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 28, 2018 7:35 am
Jagun rapist

ধৰ্ষণকাৰী প্ৰকাশ তামাং ফটো : নৰ্থ-ইষ্ট নাও

303
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত এটা ঘটনাই পুনৰ লজ্জানত কৰিলে মানৱ সমাজক। এজন পুৰুষৰ কামনাৰ বলি হ’ব লগীয়া হ’ল এগৰাকী ৯ বছৰীয়া কিশোৰী। এই ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ জাগুন অঞ্চলতে এক চাঞ্চল্যময় পৰিৱেশে বিৰাজ কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দহমাইলৰ পাৰ্বতীপুৰৰ প্ৰকাশ তামাং(৩৫) নামৰ লম্পট ব্যক্তিজনে ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে একে গাঁ‌ৱৰে এগৰাকী ৯ বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ গ্রহণ কৰি বলাৎকাৰৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰে।

ইপিনে এই ঘটনাটো সংঘটিত হোৱাৰ দিনাখন কিশোৰীগৰাকীয়ে কাৰোৱে আগত নকয় যদিও ২৭ ডিচেম্বৰৰ দিনা পৰিয়ালৰ লোকক অৱগত কৰে। লগে লগে ঘটনাটোৰ সবিশেষ স্থানীয় ৰাইজে গম পোৱাত বলাৎকাৰী প্ৰকাশ তামাঙক কৰায়ত্ত কৰি বেয়াকৈ মাৰ-ধৰ কৰে আৰু পাছত উক্ত লম্পট ধৰ্ষণকাৰীজনক জাগুন আৰক্ষীক চমজাই দিয়ে।

উল্লেখ্য যে স্থানীয় ৰাইজে ধৰ্ষণকাৰী প্ৰকাশ তামাঙক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।

Recent News

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result 2022

HS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd