• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেলেংগানাত ৱাইচি, নিজামক তুলাধুনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 9, 2022 9:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতৰ ৰাজ্য তেলেংগানাত আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগ্নিবৰ্ষী ভাষণ দিয়ে। শেহতীয়াকৈ তেলেংগানা চৰকাৰে গ্ৰহণ কৰা জিঅ’ ৩৭১ ৰ বিৰোধিতা কৰিবলৈ আজি তেলেংগানাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা।

তেলেংগানাৰ ৱাৰাংগলৰ বিষ্ণুপ্ৰিয়া বাগিচাত অনুষ্ঠিত সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৱাৰাংগলৰ এখন জনসভাত ভাষণ দি কয় যে নিজামৰ উত্তৰাধিকাৰী প্ৰথা একেবাৰে নোহোৱা হৈ পৰিব আৰু নিজাম তথা ৱাইচিৰ নাম মচ খাই যাব।

Apply Now

শৰ্মাই কয়, “যিধৰণে অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছিল, ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ হৈছিল… ইয়াতো নিজামৰ নাম, ৱাইচিৰ নাম লিখা হ’ব… সেই দিনলৈ আৰু বেছি দিন নাই।” তেওঁ লগতে কয় —’ ভাৰতে কেতিয়াও তেনে লোকক গ্ৰহণ নককৰে যিসকল ছদ্মৱেশী ধৰ্মনিৰপেক্ষতা আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰে। ভাৰতৰ ইতিহাসত কোৱা হৈছে যে বাবৰ, ঔৰঙ্গজেৱ আৰু নিজামে বেছি দিন জীয়াই থাকিব নোৱাৰে। মই নিশ্চিত যে নিজামৰ উত্তৰাধিকাৰী প্ৰথা সম্পূৰ্ণৰূপে স্তব্ধ হ’ব আৰু ভাৰতীয় সভ্যতাৰ ওপৰত আধাৰিত এক নতুন সংস্কৃতিৰ উদ্ভৱ হ’ব ‘।

উল্লেখ্য তেলেংগানাৰ চৰকাৰে শেহতীয়াকৈ কৰ্মচাৰী বিৰোধী জিঅ’ ৩৭১ নীতি গ্ৰহণ কৰিছে। এই নীতিৰ বিৰোধিতা কৰিবলৈয়েই কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মাই আজি তেলেংগানাৰ জনসভা খনত ভাগ লয়।

জিঅ’ ৩৭১ ৰ বিৰুদ্ধে ৰাজ্য খনৰ প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে অভিযোগ কৰিছে যে তেলেংগানা চৰকাৰে তেওঁলোকৰ পৰামৰ্শ অবিহনে নতুন ব্যৱস্থা অনুসৰি চাকৰি আৱণ্টন আৰু স্থানান্তৰ সন্দৰ্ভত আমূল পৰিৱৰ্তন আনিব বিচাৰিছে।

২০২১ চনৰ ৬ ডিচেম্বৰত প্ৰৱৰ্তন কৰা চৰকাৰী আদেশ (জিঅ’) ৩১৭ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই যোৱা কেইদিনমানধৰি তেলেংগানাত প্ৰতিবাদ চলি আছে। তেলেংগানাত এক নিৰ্দিষ্ট অঞ্চলক সামৰি নিযুক্তি , বদলি আদি কৰিবলৈ এক আঞ্চলিক প্ৰণালী প্ৰৱৰ্তন কৰা হৈছে। ২০১৬ চনত ১০ খনৰ পৰা ৩১ খন নতুন জিলা হোৱা তেলেংগানা পুনৰ সংগঠিত হোৱাৰ পিছত নতুন ব্যৱস্থাটো প্ৰস্তুত কৰা হৈছিল আৰু আচিফাবাদ, ভুপালাপল্লী, মানচেৰিয়াল আদিৰ দৰে নতুন জিলা সৃষ্টি কৰা হৈছিল।

জিঅ’ ৩৭১ৰ মতে, জিলা উপায়ুক্ত আৰু সেই জিলাৰ বিভাগীয় সংশ্লিষ্ট মুৰব্বী চাকৰি আৰু বদলিৰ সিদ্ধান্ত লোৱা আৱণ্টন সমিতিৰ অংশ হ’ব। আঞ্চলিক চাকৰি আৰু বদলিৰ সিদ্ধান্ত সিদ্ধান্ত প্ৰধান সচিব, বিশেষ মুখ্য সচিব, বিভাগৰ মুৰব্বী আৰু পৰিচালনাকৰ্মীসকলৰ জ্যেষ্ঠ পৰামৰ্শদাতাৰ ওপৰত নিৰ্ভৰ কৰিব । কৰ্মচাৰীসকলৰ লগতে বিজেপিয়েও এনে ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd