• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰাকীক হত্যা : হত্যাকাৰী কুকৰাটোক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে; হাজিৰ কৰাব আদালতত!

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 4:09 pm
Jagtiyal-Rooster-Telangana-court-cockfighting
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰাকীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত এটা কুকুৰাক আৰক্ষীয়ে আদালতত হাজিৰ কৰাব।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত কুকুৰাটোক গৰাকীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি সম্প্ৰচাৰিত বাতৰি খণ্ডন কৰিছে আৰক্ষীয়ে।

Apply Now

স্মৰ্তব্য যে যোৱা ২২ ফেব্ৰুৱাৰিত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল।

ঘটনাৰ বিৱৰণী অনুসৰি তেলেংগনাৰ জগিটাল জিলাৰ গোল্লাপাল্লী আৰক্ষী থানাৰ অন্তৰ্গত লাথুনুৰ মন্দিৰৰ সমীপত এখন অবৈধ কুকুৰা যুঁজ আয়োজন কৰা হৈছিল।

উক্ত কুকুৰা যুঁজত অংশগ্ৰহণৰ বাবে থানুগোল্লা সতীশ নামৰ ৪৫ বছৰীয়া এগৰাকী ব্যক্তিয়ে নিজৰ কুকুৰাটো সাজু কৰিবলৈ ঠেঙত চুৰি বান্ধি আছিল।

কুকুৰাটোৰ ঠেঙত চুৰিখন বান্ধি থকা অৱস্থাতে হঠাতে কুকুৰাটোৱে গৰাকী সতীশক আক্ৰমণ কৰে আৰু চোকা চুৰিখনে সতীশৰ কৰঙনৰ চুকত আঘাত কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সতীশক স্থানীয় গোল্লাপল্লী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

ঘটনাৰ পিছতে শুকুৰবাৰে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত কুকুৰাটোক আৰক্ষী থানালৈ লৈ আনে। ইয়াৰ পিছতে স্থানীয় বৈদ্যুতিন সংবাদ মাধ্যমত কুকুৰাটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি বাতৰি সম্প্ৰচাৰ হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে ঘটনা সন্দৰ্ভত কুকুৰাটোক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অৱশ্যে তেওঁলোকে কুকুৰাটোক আদালতত হাজিৰ কৰাব।

গোল্লাপল্লী আৰক্ষী থানাৰ বিষয়া বি জীৱনে প্ৰকাশ কৰা অনুসৰি কুকুৰাটোক গ্ৰেপ্তাৰ আৰু আটক কৰা হোৱা নাই। কুকুৰাটোক নিৰাপদে ৰখাৰ স্বাৰ্থতেই তেওঁলোকে কুকুৰাটোক থানালৈ আনি সুৰক্ষিত অৱস্থাত ৰাখি স্থানীয় এখন কুকুৰা ফাৰ্মলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে তেলেংগনাত ইতিমধ্যে কুকুৰা যুঁজ নিষিদ্ধ কৰা হৈছে। কোনো কোনো ঠাইত প্ৰশাসনৰ চকুত ধূলি দি অবৈধভাৱে কুকুৰা যুঁজ আয়োজন কৰি আহিছে কিছু লোকে।

২২ ফেব্ৰুৱাৰিতো প্ৰশাসনৰ চকুত ধূলি দি অবৈধভাৱে কুকৰা যুঁজৰ আয়োজন কৰা হৈছিল আৰু তেতিয়াই এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

ইফালে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে লাথুনুৰত আয়োজন কৰা অবৈধ কুকুৰা যুঁজৰ আয়োজকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd