• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেলেংগানা আৰক্ষীৰ ‘দৰ্পণ’-এ সম্ভৱ কৰিলে অসমৰ নিৰুদ্দিষ্ট কিশোৰীৰ সন্ধান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2018 3:51 pm
Kidanapped-girl-570x320

প্ৰতিনিধিত্বমূলক ফটো

891
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা নিৰুদ্দিষ্ট হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক তেলেংগানা আৰক্ষীয়ে সাজি উলিওৱা মুখমণ্ডল চিনাক্ত কৰিব পৰা এক অনন্য সজুঁলি ‘দৰ্পণ’ৰ সহায়ত চিনাক্ত কৰি পৰিয়ালৰ সৈতে পুনৰ্মিলন সম্ভৱ কৰি দিয়ে। দ্য হিন্দুৱে এই বাতৰি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ পৰা লখিমপুৰৰ পৰা সন্ধানহীন হৈ থকা ছোৱালীজনীক অলপতে শোণিতপুৰৰ এটা শিশু গৃহত বিচাৰি পোৱা গৈছিল। ছোৱালীজনীয়ে কামৰ সন্ধানত দিল্লীলৈ গৈছিল আৰু ছেপ্টেম্বৰত অসমলৈ ঘূৰি আহিছিল যদিও ঘৰলৈ যোৱা নাছিল।

‘’তাই ঘৰলৈ ঘূৰি যাবলৈ শংকিত হৈছিল আৰু সেয়েহে শোণিতপুৰৰ ওচৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াতেই ৰে’ল আৰক্ষীয়ে তাইক স্বেচ্ছাসেৱী সংগঠনক হস্তান্তৰ কৰে আৰু তেওঁলোকে তাইক তেজপুৰৰ এটা শিশুগৃহত ৰাখে,’’- আৰক্ষী মহাপৰিদৰ্শক (আইন আৰু শৃংখলা) স্বাতী লাক্ৰাই কয়।

তাৎপৰ্যপূৰ্ণভাৱে, লাক্ৰাই জানিব দিয়ে যে কেৱল মুখমণ্ডল চিনাক্ত কৰিব পৰা সঁজুলিৰ বাবেহে এই আৱেগিক পুনৰ্মিলন সম্ভৱ হ’ব পাৰিছে, কিয়নো ইয়াৰ দেশত থকা বিভিন্ন তথ্যকোষৰ পৰা বিভিন্ন ছবিৰ (ইমেজ) মিলাই চাব পৰা অনন্য ব্যৱস্থা আছে।

এই সঁজুলিটোৱে আশ্ৰয় গৃহত থকা শিশুটোৰ সৈতে দেশৰ বিভিন্ন প্ৰান্তত সন্ধানহীন শিশুসকলক বিচাৰি উলিওৱাৰ বাবে দাখিল হোৱা সন্ধানহীনসকলৰ তথ্যৰ সৈতে সংযুক্ত কৰে।

‘’আমি লগতে দেশৰ বিভিন্ন প্ৰান্তত সন্ধানহীন হোৱা শিশুসকলক বিচাৰি উলিওৱাৰ বাবে সকলো তথ্যকোষ লাভ কৰাৰ প্ৰক্ৰিয়া চলাই আছো,’’-লাক্ৰাই লগতে জানিবলৈ দিয়ে।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd