DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Teleprompter’ৰ বিসঙ্গতিয়ে উদঙালে মোদীৰ উদ্দাত্ত ভাষণৰ স্বৰূপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2022 3:05 pm
Teleprompter
1.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাকপটুতাৰ বিষয়ে সৰ্বজন জ্ঞাত। নিজৰ ভাষণৰ চাতুকাৰীতাৰে শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰখাত পৰিপক্ক প্ৰধানমন্ত্ৰী মোদী।

পিছে মোদীৰ এই উদ্দাত্ত ভাষণৰ প্ৰকৃত স্বৰূপ উদঙালে এক প্ৰযুক্তিগত বিসঙ্গতিয়ে। ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামত বক্তব্য ৰখাৰ মাজতে বিজুতি ঘটে মোদীয়ে ব্যৱহাৰ কৰা টেলিপ্ৰম্পটাৰৰ। তেতিয়াই পোহৰলৈ আহে মোদীৰ বাকপটুতাৰ প্ৰকৃত ৰহস্য।

টেলিপ্ৰম্পটাৰ বিজুতিৰ বাবে অসহায় হৈ পৰা মোদীয়ে ভাষণৰ মাজতে বাঁওফালে দুবাৰকৈ দৃষ্টি নিক্ষেপ কৰা দেখিবলৈ পোৱা যায়। তেনে সময়তে নেপথ্যৰ পৰা এক কণ্ঠ শুনিবলৈ পোৱা যায় যি মোদীক লক্ষ্য কৰি কয়, “চাৰ, তেওঁলোক সকলোৱে যোগদান কৰিছে নে সোধক।”

ইয়াৰ পাছতে নিজৰ অসহায়তা লুকুৱাবলৈ চেষ্টা কৰিও যেন বিফল হয় মোদী। টেলিপ্ৰম্পটাৰ বিজুতিয়ে মোদীৰ ভাষণৰ চাতুকাৰীতা উন্মোচন কৰাৰ পাছতে সামাজিক মাধ্যমত মোদীক লক্ষ্য কৰি বিভিন্নজনে তীৰ্য্যক মন্তব্য আগবঢ়ায়।

এই ঘটনাৰ পিছতে টুইটাৰত #teleprompterPM ট্ৰেণ্ডিঙত অহাৰ লগতে ফেচবুকত মোদীক লক্ষ্য কৰি টেলিপ্ৰম্পটাৰজিৱী বুলি উপহাস কৰা হয়।

ইয়াৰ মাজতে ভাইৰেল হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটি পুৰণি ভিডিঅ’। ভিডিঅ’টোত সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীয়ে স্পষ্টকৈ কয় যে নৰেন্দ্ৰ মোদীয়ে টেলিপ্ৰম্পটাৰ অবিহনে কথা ক’ব নোৱাৰে।

 

Rahul Nostradamus Gandhi was right when he said Modi is nothing without a teleprompter.#TeleprompterPM pic.twitter.com/QhH8yXVIwp

— Ankit Mayank (@mr_mayank) January 17, 2022

ৰাহুল গান্ধীয়ে লগতে এটা টুইট যোগে “ইমান মিথ্যাচাৰিতা টেলিপ্ৰম্পটাৰেও সহ্য কৰিব নোৱাৰিলে” বুলি মোদীক উপহাস কৰে।

इतना झूठ Teleprompter भी नहीं झेल पाया।

— Rahul Gandhi (@RahulGandhi) January 18, 2022

আনহাতে মোদী তথা বিজেপি চৰকাৰখনে সততে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক যিকোনো ক্ষেত্ৰতে দোষাৰোপ কৰাৰ যি মানসিকতাকো মিম্ যোগে উপহাস কৰে বিভিন্নজনে।

Nehru ji got no chill.#TeleprompterPM pic.twitter.com/oFECLa73g9

— Sarcastic Rajiv (@RajivTweets_) January 17, 2022

অৱশ্যে পিছ পৰি নাথাকিল বিজেপিৰ আই টি চেলো। মোদীৰ ৰক্ষণাবেক্ষণৰ বাবে যৎপোৰনস্তি চেষ্টা চলাইছে আই টি চেলৰ সদস্যই।

আনহাতে ইয়াৰ মাজতে বিভিন্নজনে প্ৰধানমন্ত্ৰীত্বৰ কাৰ্যকাল লোৱাৰ পৰাই নৰেন্দ্ৰ মোদীয়ে সংবাদ মেলৰ পৰা আঁতৰি থকাৰ কাৰণ উদ্ভাৱন কৰে। তেওঁলোকৰ মতে সংবাদ মেল বা সাক্ষাৎকাৰৰ সময়ত টেলিপ্ৰম্পটাৰ ব্যৱহাৰ কৰিবলৈ অসমৰ্থ বাবে এনে অনুষ্ঠানৰ পৰা আঁতৰি থাকে মোদী।

সি যি কি নহওক টেলিপ্ৰম্পটাৰ বিজুতিয়ে মোদীৰ উদ্দাত্ত ভাষণৰ মূল ৰহস্য উদঙাই দিয়াৰ পাছত মোদীৰ সেই পূৰ্বৰ বাকপটুতাৰ ধাৰাক জনসাধাৰণে কিদৰে লয় সেয়া লক্ষ্যণীয় হ’ব।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd