• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰতো নিখিল ভাৰত কংগ্ৰেছে আহ্বান জনোৱা বন্ধ সৰ্বাত্মক

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , September 10, 2018 2:54 pm

1 min read

শিৱসাগৰতো নিখিল ভাৰত কংগ্ৰেছে আহ্বান জনোৱা বন্ধ সৰ্বাত্মক
143
VIEWS
Share on FacebookShare on Twitter

নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধত শিৱসাগৰতো স্তব্ধ হৈ পৰে জনজীৱন।

ভাৰত বন্ধ উপলক্ষে জিলাখনৰ প্ৰায়বোৰ দোকান পোহাৰ, স্কুল কলেজ, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান বন্ধ থকাৰ লগতে চৰকাৰী-বেচৰকাৰী যানবাহনৰ চলাচলো শূন্য হৈ পৰে। আনকি চৰকাৰী কাৰ্যালয়তো কৰ্মচাৰীৰ উপস্থিতি নগন্য হোৱা দেখা যায়।

নিখিল ভাৰত কংগ্ৰেছে আজি সমগ্ৰ দেশজুৰি পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ৰাফেল কেলেংকাৰীৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনাইছিল।

আজি পুৱাই শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীয়ে শিৱসাগৰৰ নগৰৰ বিভিন্ন স্থান টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধ সফল কৰিবলৈ পুৱাই ওলায় অহে শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন  বিধায়ক সুশান্ত বৰগোঁহাই, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মঞ্জীৰ গগৈ, যুৱ নেতা প্ৰমীৰ গগৈ, শুভ্ৰমিত্ৰ গগৈ কে ধৰি শতাধিক কংগ্ৰেছী নেতা কৰ্মীক আৰক্ষীয়ে আটক কৰে।

ইফালে কালি অৰ্থাৎ ৯ ছেপ্টেম্বৰৰ সন্ধিয়া  ৬.৩০ বজাত শিৱসাগৰ জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ দ্বাৰা মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু ভাৰত বন্ধ সফল কৰিবলৈ জনসাধাৰণক আহ্বান জনাই নগৰৰ মাজত এক জোঁৰ সমদল বাহিৰ কৰা হৈছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd