• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত অবৈধভাৱে গৰু কঢ়িওৱা গাড়ী দুৰ্ঘটনাত পতিত হৈ চাৰিটা গৰুৰ মৃত্যু

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 26, 2020 11:57 am

1 min read

টীয়কত অবৈধভাৱে গৰু কঢ়িওৱা গাড়ী দুৰ্ঘটনাত পতিত হৈ চাৰিটা গৰুৰ মৃত্যু

ফটো : নৰ্থ-ইষ্ট নও

3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত চলি থকা অবৈধ গৰু সৰবাহৰ নগ্ন স্বৰূপ আজি পুনৰ উন্মোচিত হ’ল টীয়কৰ এটি দুৰ্ঘটনাত।

ঘটনা অনুসৰি আজি পুৱা এছ-১৩-এচি-১৭২৪ নম্বৰৰ এখন বলেৰো গাড়ীত ১০ টাকৈ গৰু কঢ়িয়াই আনিছিল আৰু এই গাড়ীখন টীয়কৰ চিপাহীখোলা অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দুৰ্ঘটনাগ্ৰস্তত পতিত হয়।

দুৰ্ঘটনাটোত গাড়ীৰ চালকসহ তিনিজন লোক আঘাতপ্ৰাপ্ত হয় লগতে চাৰিটাকৈ গৰুৰ থিতাতে মৃত্যু হয় আৰু বাকী কেইটা গৰু আঘাতপ্ৰাপ্ত হয়।

গৰুভৰ্তি বাহনখন নাহৰকটীয়াৰ পৰা ওদালগুৰিলৈ আহি আছিল বুলি জানিব পৰা গৈছে।

কিন্তু এই খিনিতে সচেতন লোকৰ মাজত প্ৰশ্নৰ উদ্ৰেগ হৈছে যে আইনৰ বিৰুদ্ধে গৈ কেনেদৰে কেটল পাৰ্মিট অবিহনে এনেদৰে গৰু সৰবৰাহ কৰিব পাৰে।

নিয়ম অনুসৰি গাড়ীত এটা গৰু পৰিবহন কৰিবলৈ ২ মিটাৰ ঠাইৰ প্ৰয়োজন হয়। সেই হিচাপত এখন বলেৰোত মাথো এটাহে গৰু কঢ়িয়াব পাৰে।

কিন্তু দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনত ১০ টাকৈ গৰু কঢ়িয়াই নিয়া কাৰ্যই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd