• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টোপনিত প্ৰশাসন: টীয়কত বাণিজ্য সন্থাই ঘেৰাও কৰিলে চক্ৰ বিষয়াৰ কাৰ্যালয়

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , February 15, 2021 5:29 pm

1 min read

Screenshot_2021-02-15-16-08-34
185
VIEWS
Share on FacebookShare on Twitter

২০১৪ চনতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছিল যদিও যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত পথছোৱাৰ কাম অতি নিম্নমানৰ ক্ৰুটিপূৰ্ণ হোৱাৰ লগতে লেহেমীয়া গতিত চলিছে বুলি বিভিন্ন সময়ত ৰাইজে  অভিযোগ  কৰি আহিছে।

প্ৰায় দুমাহৰ পূৰ্বে  টীয়ক নগৰৰ দুইকাষে চাৰ্ভিচ ৰ’ড নিৰ্মাণৰ বাবে দকৈ গাঁত খান্দি আজি পৰ্যন্ত পেলাই থোৱাৰ বাবে নগৰখনৰ ব্যৱসায়িক প্ৰতিস্থানসমূহলৈ গ্ৰাহক অহা যোৱা কৰাত যথেষ্ট অসুবিধা হোৱাৰ লগতে বিভিন্ন অঞ্চলত ক্ৰুটিপূৰ্ণ নলা নিৰ্মাণ কৰাৰ বাবে কৃত্ৰিম বান হোৱাৰ আশংকা ঘনীভূত হৈছে৷

সমগ্ৰ বিষয়ত ইতিমধ্যে বহুবাৰ প্ৰশাসন তথা উৰ্ধতন কৰ্তৃপক্ষক ৰাইজে অৱগত কৰিছে যদিও প্ৰশাসন এতিয়াও ঘোৰ নিদ্ৰাতে আছে।

ৰাইজে আপত্তি দৰ্শায়ো  কোনো সুফল নোপোৱাত আজি টীয়ক বাণিজ্য সন্থাৰ উদ্যোগত সকলো ব্যৱসায়ী ৰাজপথলৈ ওলাই আহি টীয়কৰ বৰা বজাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথদি ৰেলী কৰি চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে।

ব্যৱসায়ীসকলে প্ৰশাসনৰ অমনোযোগিতাক ধিক্কাৰ দিয়াৰ লগতে বিভিন্ন ধ্বনি দি  পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে ক্ৰুটিপূৰ্ণ সকলো কাম অনতি পলমে অৰ্থাৎ অহা মাৰ্চ মাহৰ ভিতৰত সম্পাদন কৰিবলৈ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অন্যথা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ব্যৱসায়ীসকলে।

Recent News

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd