• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ তামুলপুৰত অগ্নি মানৱৰ তাণ্ডৱ; জ্বলাই দিলে দুচকীয়া বাহন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 7:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাত অতি সম্প্ৰতি অগ্নি মানৱৰ (ফায়াৰ মেন) তাণ্ডৱে তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

১ জানুৱাৰিৰ নিশা আচিনাক্ত দুৰ্বৃত্তই কুমাৰীকাটা ডন বক্স’ বিদ্যালয় চৌহদত মনিফেছ বেচৰা নামৰ এগৰাকী।শিক্ষকৰ ঘৰৰ বাৰাণ্ডাত থকা এখন বাইক জ্বলোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ শুকুৰবাৰে নিশা প্ৰায় ১১-০০ বজাত নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ বাল্টিপাৰ গাঁৱত এটি পৰিয়ালৰ বাৰাণ্ডাত থকা এখন স্কুটি জ্বলাই দিয়ে।

Apply Now

জানিব পৰা মতে, শুকুৰবাৰে নিশা বাল্টিপাৰ গাঁও নিবাসী বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ সমাজকৰ্মী ঘনশ্যাম খনালৰ ঘৰৰ বাৰাণ্ডাত গ্ৰীলৰ বেৰৰ ভিতৰত থকা এ এছ- ০১-বি পি-৮০৯৫ নম্বৰৰ স্কুটি খনত অগ্নি সংযোগ কৰে।

নিশা ডাউদাউকৈ জুই জ্বলাত পোহৰ দেখা পাই ঘনশ্যাম খনাল সহ পৰিয়ালৰ লোক বাহিৰলৈ ওলাই আহে আৰু বহু চেষ্টা কৰি স্কুটি খনৰ জুই নূমুৱাবলৈ সক্ষম হয়।

দুৰ্বৃত্তই ঘনশ্যাম খনালৰ পদূলিত থকা ধান খেৰৰ দম এটাটো অগ্নি সংযোগ কৰে।

পৰিয়ালটোৰ হাঁহাকাৰ শুনি নিশা ওচৰ চুবুৰীয়া আহি ঘনশ্যামৰ ঘৰৰ চৌহদত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে।

ঘনশ্যাম খনালে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে স্কুটি খনৰ ওচৰত দুটা গেছ  ভৰ্তি ছিলিণ্ডাৰ আছিল আৰু সময়মতে সাৰ পোৱাৰ বাবে ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে পৰিয়ালটো।

নিশাই ঘটনাৰ সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষীক খবৰ দিয়াত নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাস মালাকৰৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ বুজে লয়।

আজি পুৱা ঘনশ্যাম খনালে নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

ইপিনে, একে নিশাই নাগ্ৰীজুলি বজাৰস্থিত নিকুঞ্জ দাসৰ দোকানৰ বেৰ ভাঙি আছিনাক্ত দুৰ্বিত্বই প্ৰৱেশ কৰি নগদ ধনৰ লগতে দোকানৰ ভিতৰত থকা কেইবাহাজাৰ টকাৰ বহু মূল্যবান সামগ্ৰী লুটি নিয়ে।

ইয়াৰ উপৰিও কালি নিশাৰ ভাগতেই দুৰ্বৃত্বৰ দলে বাল্টিপাৰ গাঁওৰ দুৰ্গা দুলালৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰি পানী যোগানৰ বানে ব্যৱহাৰ কৰা এটি মটৰ চুৰি কৰি নিয়াৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়।

নিশা নাগ্ৰীজুলি অঞ্চলত সংঘটিত হোৱা কেইবাটাও ঘটনাৰ পিছত সমগ্ৰ নাগ্ৰীজুলি অঞ্চলত আতংক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে।

দুৰ্বৃত্বৰ দলক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।

ঘটনাৰ সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd