• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱ দৌলত এন্দুৰৰ সন্ত্ৰাস : বৃহৎ এন্দুৰৰ জাকে ফোঁপোলা কৰি পেলাইছে দৌল চৌহদ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 2, 2018 7:31 am
IMG-20181201-WA0005

শিৱ দৌলত এন্দুৰৰ সন্ত্ৰাসৰ বুজ লৈছে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ শিৱ দৌল চৌহদত এতিয়া এন্দুৰৰ সন্ত্ৰাস চলিছে। চৌহদৰ বাহিৰে ভিতৰে এতিয়া শ শ এন্দুৰৰ উপদ্ৰৱ। দিনক দিনে বৃদ্ধি পোৱা এই এন্দুৰৰ জাকটোৱে শিৱ দৌল চৌহদত সৃষ্টি কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। এন্দুৰে সৃষ্টি কৰা এই বৃহৎ বৃহৎ গাঁত বোৰৰ বাবে এতিয়া ভিতৰৰ পৰা গাঁথনি ফোঁপোলা হৈ পৰাৰ আশংকা কৰা হৈছে।

এতিয়া প্ৰশ্ন হৈছে যি কোনো মুহূৰ্ততে বাগৰি পৰিব পাৰে নেকি এছিয়াৰ ভিতৰতে আটাইতকৈ ওখ সোণৰ কলচী যুক্ত শিৱ দৌল ? দৌল চৌহদৰ বাহিৰে ভিতৰে বৃহৎ এন্দুৰৰ জাকে মাটি ওলিয়াই এতিয়া ফোঁপোলা কৰি পেলাইছে দৌল চৌহদ।

Apply Now
IMG-20181201-WA0004
শিৱ দৌলত এন্দুৰৰ সন্ত্ৰাস। ফটো : নৰ্থইষ্ট নাও

প্ৰত্যক্ষ দৰ্শীৰ মতে এই এন্দুৰ সমুহ প্ৰায় এটা গাহৰি পোৱালিৰ সমান। শ শ সংখ্যাৰ এই এন্দুৰৰ জাকটোৱে দৌল চৌহদটোত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰাই নহয় শিৱ দৌল দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থীৰ গাতো বগাই এই এন্দুৰ বোৰে।

দৌল চৌহদত কৰ্মৰত এজন কৰ্মচাৰীক এন্দুৰে ভৰিত কামোৰাৰ বাবে চিকিৎসাধীন হ’বলগীয়া হৈছে। দৌলত আশ্ৰয় লৈ থকা পাৰ চৰাইকো এন্দুৰে কামুৰি লৈ যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

আনহাতে দৌল চৌহদৰ কাষতে থকা কেন্দ্ৰীয় পুৰাতত্ব বিভাগক স্থানীয় ৰাইজে বাৰম্বাৰ অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ এক অভিযোগ উঠিছে।

যি সময়ত দেশৰ লগতে বিদেশৰ পৰা অহা পৰ্য্যটক, তীৰ্থ যাত্ৰী তথা বনভোজৰ দলে শিৱ দৌ’ল দৰ্শনৰ বাবে ভিৰ কৰে ঠিক তেনে সময়তে দৌল চৌহদত সৃষ্টি হোৱা এন্দুৰৰ সন্ত্ৰাসে দৰ্শনাৰ্থী তথা পৰ্য্যটকৰ সংখ্যা হ্ৰাস কৰিব বুলি আশংকা কৰিছে ৰাইজে।

ৰাইজৰ আন এক অভিযোগ যি সময়ত পৰ্য্যটকৰ আগমন ঘটে শিৱ দৌললৈ,  ঠিক সেই সময়তে দৌলটো ৰং কৰাৰ বাবে ওখ ওখ বাঁহ লগায় থয় যাৰ বাবে দেশী- বিদেশী পৰ্য্যটকসকল দৌলটোৰ প্ৰকৃত সৌন্দৰ্য্য উপভোগ কৰাৰ পৰা বঞ্চিত হয় ।

ইপিনে, শনিবাৰে  শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে বিষয়টো গুৰুত্ব সহকাৰে লৈ দৌল চৌহদৰ পৰিস্থিতিৰ বুজ লয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd