• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ উন্নয়নত হেঙাৰ হৈ থিয় দিছে বিচ্ছিন্নতাবাদী শক্তিয়ে

প্ৰলয় কুমাৰ বড়ো by প্ৰলয় কুমাৰ বড়ো
October 8, 2021 6:23 pm
195
VIEWS
Share on FacebookShare on Twitter

বিচ্ছিন্নতাবাদী শক্তি সদায় আমাৰ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত হেঙাৰ ৰূপে ঠিয় দি আহিছে। আমাৰ দেশ ভাৰতবৰ্ষ খন বৈচিত্ৰৰ
মাজত একতাৰ দোলেৰ বান্ধ খাই আছে।

সেয়েহে আন দেশৰ তুলনাত ভাৰতবৰ্ষ খন পৃথক।

অনৈক্যৰ মাজত ঐক্যই হৈছে ভাৰতবৰ্ষৰ সম্পদ।

কিন্তু আমাৰ বিচ্ছিন্নতাবাদী শক্তি সমূহৰ যি ভাৱধাৰা তাৰ ফলশ্ৰুতিত ভাৰতবৰ্ষৰ এই ঐক্যত বাৰে বাৰে আঘাত হানি আহিছে।

তেওঁলোকৰ মতে ঘৰ বাৰী , শিক্ষা আদি বাদ দি হাতত বন্দুক তুলি লৈ তেওঁলোকে ৰাজ্যৰ উন্নতি কৰিব।

কেন্দ্ৰই আমাক মাহীমাকৰ দৃষ্টিৰে চাই বুলি যি এক ভ্ৰান্ত ধাৰণা তেওঁলোকে মনত পোষণ কৰি ৰাখিছে তাৰ বাবেই বহুত ক্ষেত্ৰত আমাৰ ৰাজ্য খনে এতিয়াও যিমান খিনি উন্নয়ন হব লাগে তাৰ মুখ দেখিবলৈ পোৱা নাই।

আজি যি মানৱ সম্পদ দেশৰ উন্নয়নত ব্ৰতী হব লাগিছিল তেওঁলোকে এই চিন্তাধাৰাৰ বাবে হাতত অস্ত্ৰ তুলি লৈছে।
স্বাধীন অসম বিচাৰি আন্দোলন কৰিছে।

স্বাধীন অসমৰ সপোন দেখা আলফাই নব্বৈৰ দশকত নিৰীহ লোকৰ ওপৰত চলোৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ কথা আজিও সকলোৰে মনত জল জল পট পট হৈ আছে। আন্ত গাঁঠনিহীন এই বিচ্ছিন্নতাবাদী শক্তি বোৰৰ বাবেই আজিও উত্তৰ পূৰ্বাঞ্চললৈ ডাঙৰ উদ্যোগ আহিব পৰা নাই।

আমি সকলোৱে দেখি আহিছোঁ উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আদি উন্নত ৰাজ্যসমূহ যি ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী।
আমি বুজি উঠিব লাগিব যে বন্দুকেৰে সমস্যাৰ সমাধান নহয় ।

আমি সকলোৱে এক হৈ দেশৰ সেৱাত ব্ৰতী হলে আমাৰ উন্নয়ন নিশ্চিত।

আমি সকলোৱে স্বাধীন জাতি বিচাৰিলে কেতিয়াও উন্নয়নৰ মুখ দেখা নাপাম ।আমি সকলোৱে এক হৈ ৰাষ্ট্ৰৰ হকে , উন্নয়নমূলক কাম কৰি গ’লেহে আগবাঢ়ি যাব পাৰিম।

পূৰ্বতে যিবোৰ জনজাতীয় বিচ্ছিন্নতাবাদী শক্তি যেনে বড়ো,কাৰ্বি আদি জনজাতিৰ কিছুমান বিচ্ছিন্নতাবাদী শক্তি আদিয়ে অস্ত্ৰ হাতত তুলি লৈছিল তেওঁলোকেও বুজি পাইছে যে এইবিলাকে আমাক উন্নতিৰ পথত অগ্ৰসৰ হোৱাত বাধাৰ সৃষ্টি কৰিছে।

তেওঁলোকেও সাম্প্ৰতিক সময়ত ইতিবাচক ভাৱধাৰাৰে আত্ম সমৰ্পন কৰি মুল সুতিলৈ ঘূৰি আহিছে যি আমাৰ ৰাষ্ট্ৰৰ হিতৰ বাবে এক ইতিবাচক ইংগিত।

আমি আশাবাদী যে অনাগত সময়ত আমাৰ ৰাজ্যৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ বিচ্ছিন্নতাবাদী শক্তি আছে তেওঁলোকেও বুজি উঠিব তথা অস্ত্ৰ ত্যাগ কৰি মূল সূঁতিলৈ ঘূৰি আহিব আৰু দেশ মাতৃৰ সেৱাত ব্ৰতী হব।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd