• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯ৰ ভেকচিন! স্বাস্থ্যকৰ্মীৰ ওপৰত ‘ক্লিনিকেল ট্ৰায়েল’ৰ বাবে সাজু গৱেষক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2020 8:38 am
552059-vaccine

ফটো সৌজন্য: জি নিউজ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ টেক্সাছ এ এণ্ড এম য়ুনিভাৰ্ছিটিৰ গৱেষকে সহস্ৰাধিক স্বাস্থ্যকৰ্মীক ব্যাপকভাৱে ব্যৱহাৰ কৰি অহা টিবিৰ (যক্ষ্মাৰোগৰ) ভেকচিনৰ ‘ক্লিনিকেল ট্ৰায়েল’ৰ চতুৰ্থ পৰ্যায়ত অংশ ল’বলৈ কৈছে।

এই ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰে আৰু কোভিড-১৯ৰ বিপদজনক প্ৰভাৱ হ্ৰাস কৰা যাব পাৰে।

Apply Now

টেক্সাছ এ এণ্ড এম ক্লিনিকেল ট্ৰায়েলৰ ক্ষেত্ৰত প্ৰথম আমেৰিকান সংস্থা যিয়ে মানুহৰ ওপৰত পৰীক্ষাৰ বাবে আনুষ্ঠানিক অনুমতি লাভ কৰিছে।

গৱেষকসকলৰ আশা যে বেছিলছ কেইলমেট-গুৱেৰিন বা বিচিজিয়ে কৰ’না ভাইৰাছৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত কোভিড-১৯ৰ বাবে হাস্পাতলত ভৰ্তি হ’বলগীয়া ৰোগীৰ সংখ্যা কম হোৱাৰ লগতে মৃত্যুৰ সংখ্যাও হ্ৰাস পাব।

য়ুনিভাৰ্ছিটিখনে জানিবলৈ দিয়ে যে গৱেসকসকলে ভেকচিনটো আন কোনো ৰোগৰ চিকিৎসাৰ বাবেও অনুমতি বিচাৰিছে। ইয়াৰ প্ৰয়োগ মুত্ৰাশয়ৰ কেন্সাৰৰ চিকিৎসাতো কৰা হয়।

য়ুনিভাৰ্ছিটিৰ পৰা জানিবলৈ দিয়া মতে বিচিজি মাত্ৰ ছয় মাহতে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজত ব্যাপক ৰূপত ব্যৱহাৰৰ বাবে সুলভ হৈ পৰিব পাৰে কিয়নো এইটো পূৰ্বৰে পৰা আন ব্যৱহাৰৰ ক্ষেত্ৰত সুৰক্ষিত বুলি বিবেচিত হৈছে।

টেক্সাছ এ এণ্ড এম হেল্থ ছায়েন্স চেন্টাৰৰ অধ্যাপক ডাঃ জেফ্ৰি ডি ছিৰিলোৱে কৈছে যে অহা দুই তিনি বছৰত ই এক বৃহৎ পাৰ্থক্য কঢ়িয়াই আনিব পাৰে কিয়নো কোভিড-১৯ৰ বাবে এক বিশেষ ভেকচিনৰ বিকাশ কৰি থকা হৈছে।

অধ্যাপক ছিৰিলোৱে লগতে কয় যে বিচিজিৰ উদ্দেশ্য কৰ’না ভাইৰাছৰ চিকিৎসা কৰাটো নহয় বৰঞ্চ এটা ভেকচিন বিকশিত হোৱালৈকে এই সময়খিনি পূৰ কৰা যাতে আমি ভেকচিন বিকশিত কৰাৰ বাবে সময় পাও।

বাতৰি অনুসৰি, চলিত সপ্তাহতে ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব আৰু সৰ্বপ্ৰথমে স্বাস্থ্যকৰ্মীৰ ওপৰত ইয়াৰ পৰীক্ষা কৰা হ’ব।

অধ্যাপক ছিৰিলোৱে কয় যে ই লোকক সংক্ৰমিত কৰাটো ৰোধ নকৰে। এই ভেকচিনে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ সামৰ্থ ৰাখে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd