• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ আহ্বান মৰ্মে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব অসমীয়া বিভাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 10:11 pm
তেজপুৰ বিশ্ববিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

তেজপুৰ বিশ্ববিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক অসম চুক্তিৰ অধীনত প্ৰতিষ্ঠা হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পূৰ্ণাংগ অসমীয়া বিভাগ এটা প্ৰৱৰ্তন কৰিবৰ বাবে অসম সাহিত্য সভাই  দীৰ্ঘদিন ধৰি জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে(ইউ জি চি)য়ে এই বিষয়ত অনুমোদন জনাইছে।

আগন্তুক শিক্ষাবৰ্ষৰ পৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষ্য বহন কৰি ৰাজ্যখনৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশ  কৰিব পৰা এটি পূৰ্ণাংগ অসমীয়া বিভাগ আৰম্ভ কৰিব। সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে অসম চুক্তিৰ ফচল তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগটো ইমান দিনে প্ৰৱৰ্তন নোহোৱাতো ৰাজ্যবাসীৰ বাবে অত্যন্ত উদ্বেগ আৰু পৰিতাপৰ কথা।

Apply Now

এই সন্দৰ্ভত যোৱা বছৰ সাহিত্য সভাই কাৰ্যনিৰ্বাহক অধিৱেশনত প্ৰস্তাৱ গ্ৰহণ কৰি তাৰ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগত কেবালানিও আলোচনাৰ অন্তত বিশ্ববিদ্যালয় অনুদান আয়োগলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল। উল্লেখযোগ্য যে, সাহিত্য সভাই উক্ত বিশ্ববিদ্যালয়ত অসমীয়া বিভাগটো যাতে দক্ষতা বিকাশ সম্পন্ন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অলপতে নতুন উপাচাৰ্য ড০ বিনোদ কুমাৰ জৈনক কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ অৰ্পণ কৰিছিল।

প্ৰস্তাৱত উল্লেখ কৰা মতে, সভাই অসমীয়া মাধ্যম বৰ্জন কৰি ইংৰাজী মাধ্যমত শিক্ষাদান কৰাৰ পক্ষপাতি নহয় বুলি স্পষ্ট কৰি দিছিল। আনহাতে অসম সাহিত্য সভাই অসমীয়া ভাষাত গৱেষণামূলক কাম-কাজ সম্পন্ন কৰা, সকলো পৰ্যায়তে অসমীয়া মাধ্যমৰ পাঠ্যপুথি প্ৰকাশ কৰা, ইয়াৰ বাবে প্ৰয়োজনানুসাৰে প্ৰকাশন সচিব নিয়োগ কৰা, প্ৰশাসনীয় স্তৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাকে সমানে অগ্ৰাধিকাৰ দিয়া, সামগ্ৰিক অসমীয়া পৰিভাষা কোষৰ কাম আৰম্ভ কৰা আদি কামেবাৰ শীঘ্ৰেই সম্পন্ন কৰিবলৈ মুকলি আহ্বান জনায়।

তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ আৰম্ভ কৰিবলৈ লোৱা সিদ্ধান্তই অসমৰ বৌদ্ধিক মহলক উৎসাহিত কৰি তুলিছে। আনহাতে, সভাই অসমীয়া জাতি সত্ত্বাৰ প্ৰতি ভাবুকি অহা এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত অসমীয়া তথা খিলঞ্জীয়া ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক অসম সাহিত্য সভাৰ সৈতে ঐক্যৱদ্ধ হ’বলৈ আহ্বান জনায়।

অসমীয়া বিভাগ প্ৰৱৰ্তনৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰি সফল হোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ বিনোদ কুমাৰ জৈন আৰু পঞ্জীয়ক ড০ বীৰেণ দাসক ধন্যবাদ জ্ঞাপন কৰে অসম সাহিত্য সভাৰ নেতৃবৃন্দই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd