• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদেশী ভাষা শিক্ষাত নতুন সংযোজন: তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ব জাপানীজ পাঠ্যক্ৰম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 6:22 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিদেশী ভাষা শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। উচ্চশিক্ষাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ কৰিবলগীয়া এই পাঠ্যক্ৰম কেৱল বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজতেই সীমাবদ্ধ নাথাকি, বাহিৰৰ আগ্ৰহী প্ৰাৰ্থীসকলৰ বাবেও মুকলি থাকিব বুলি জানিবলৈ দিছে। সকলো পৰিকল্পনা অনুসৰি আগবাঢ়িলে চলিত মাহৰ শেষৰ ফালৰ পৰাই এই পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ।

বিশ্ববিদ্যালয়খনৰ বিদেশী ভাষা বিভাগৰ মুৰব্বী অধ্যাপক হেমজ্যোতি মেধিয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে জাপানীজ ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে প্ৰয়োজনীয় সাক্ষাৎকাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু অতি শীঘ্ৰেই ইয়াৰ ফলাফল ঘোষণা কৰা হ’ব। নিযুক্তিপ্ৰাপ্ত শিক্ষকগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই পাঠ্যক্ৰমটোৰ আনুষ্ঠানিক আৰম্ভণি ঘটিব। এই প্ৰসংগত অধ্যাপক মেধিয়ে কয়, “বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এই কোৰ্চটো স্কীল এনহেন্সমেণ্ট কোৰ্চ (Skill Enhancement Course) বা অ’পেন ইলেক্টিভ (Open Elective) হিচাপেও গ্ৰহণ কৰিব পাৰিব। একে সময়তে বাহিৰৰ আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবেও আৱেদন কৰাৰ সুবিধা থাকিব।”

Apply Now

উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত বৰ্তমান মেণ্ডাৰিণ আৰু জাৰ্মান ভাষাৰ পাঠ্যক্ৰম চলি আছে। ২০২৪ চনৰ পৰা স্নাতক (বি এ) স্তৰত চীনৰ মেণ্ডাৰিণ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল আৰু এতিয়া এই বিদেশী ভাষাৰ তালিকাত জাপানীজ ভাষাও নতুনকৈ সংযোজন হ’ব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, শেহতীয়াকৈ জাপান ফাউণ্ডেচনৰ সৈতে অনুষ্ঠিত এক কাৰ্যসূচীৰ জৰিয়তে দুয়োপক্ষৰ মাজত যোগসূত্ৰ স্থাপন হৈছে। আনহাতে, উত্তৰ-পূব ভাৰত আৰু জাপানৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসম চৰকাৰেও শেহতীয়াকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, যিয়ে এই পাঠ্যক্ৰমৰ প্ৰাসংগিকতা অধিক বৃদ্ধি কৰিছে।

এই নতুন পাঠ্যক্ৰমৰ জৰিয়তে মূলতঃ জাপানীজ ভাষা শিক্ষাত গুৰুত্ব আৰোপ কৰা হ’ব যদিও ই শিক্ষাৰ্থীসকলৰ বৃত্তিগত জীৱনতো বিশেষ প্ৰভাৱ পেলাব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে, আভিযান্ত্ৰিক (Engineering), তথ্য প্ৰযুক্তি (IT) বা আতিথ্য ব্যৱস্থাপনা (Hospitality) খণ্ডৰ দৰে বৃত্তিমূলক ক্ষেত্ৰত ইতিমধ্যে ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে এই ভাষাজ্ঞানে জাপানত উচ্চ অধ্যয়ন বা কৰ্মসংস্থাপনৰ নতুন দুৱাৰ মুকলি কৰাত বিশেষভাৱে সহায়ক হ‘ব।

ইতিমধ্যে বহুসংখ্যক আগ্ৰহী শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমটোৰ বিষয়ে জানিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে। শিক্ষকগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত এই সম্পৰ্কীয় সবিশেষ তথ্য আৰু আনুষ্ঠানিক জাননী প্ৰকাশ কৰা হ’ব বুলি সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd