• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৰুত্বই দিয়া নাই ড’নাল্ড ট্ৰাম্পক! কম্বোডিয়াত নতুকৈ আক্ৰমণ আৰম্ভ কৰিছে থাইলেণ্ডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2025 12:48 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিৱেশী কম্বোডিয়াৰ ওপৰত থাইলেণ্ডে পুনৰ আক্ৰমণ আৰম্ভ কৰিছে। দেশখনে জনাইছে যে তেওঁলোকে ‘নিজৰ ভূখণ্ড পুনৰুদ্ধাৰৰ বাবে’ এই আক্ৰমণ চলাইছে।

দুয়োখন প্ৰতিৱেশী দেশৰ মাজত চলি থকা এই ৰক্তক্ষয়ী সংঘাত বন্ধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকে ধৰি অন্যান্য মধ্যস্থতাকাৰীসকলে চেষ্টা চলাইছে। কিন্তু সেইসমূহক গুৰুত্ব নিদি তেওঁলোকে আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে।

Apply Now

দেওবাৰ পৰ্যন্ত দুয়োখন দেশৰ সেনাৰ মাজত সীমাত সংঘৰ্ষ চলি আছে।

ইয়াৰ পূৰ্বে থাইলেণ্ডৰ সৈতে থকা সকলো ধৰণৰ সীমান্ত পথ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল কম্বোডিয়াই। এই দুয়োখন দেশৰ মাজত ৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে। ঔপনিবেশিক কালত ভাগ কৰা এই সীমান্তক লৈ দুয়োখন দেশৰ মাজত বিবাদ আছে। তেওঁলোকে সীমান্তৱৰ্তী কিছু অঞ্চল নিজৰ বুলি দাবী কৰে।

নতুনকৈ আৰম্ভ হোৱা সংঘৰ্ষত এই বাতৰি লিখা পৰ্যন্ত ২৫ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত সেনাৰ লগতে অসামৰিক লোকো আছে।

থাইলেণ্ডৰ নৌ সেনাৰ মুখপাত্ৰ ৰিয়েৰ এডমিৰেল পাৰাখ ৰাট্টানচাইয়াপানৰ উদ্ধৃতি দি স্থানীয় সংবাদ মাধ্যম মাতিচোন অনলাইনে জনাইছে যে, ট্ৰাট প্ৰদেশৰ ওচৰত নিজৰ ভূখণ্ড পুনৰুদ্ধাৰৰ বাবে তেওঁলোকে নতুন সামৰিক অভিযান আৰম্ভ কৰিছে।

ৰাতিপুৱাৰ ভাগত আৰম্ভ হোৱা এই অভিযানত ব্যাপক সংঘৰ্ষ হোৱা বুলি জনাই নৌ বিষয়াগৰাকীয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি আত্মৰক্ষা আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত পুনৰ আক্ৰমণ চলোৱা হৈছে।

থাইলেণ্ডৰ সেনাই জনাইছে যে তেওঁলোকে শত্ৰু পক্ষক আঁতৰাই অঞ্চলটো পুনৰুদ্ধাৰ কৰিছে।

দেশখনৰ চৰকাৰী টেলিভিছন থাই পিবিএছেও জনাইছে যে, আক্ৰমণ চলোৱা স্থানৰ পৰা কম্বোডিয়াৰ সেনাক আঁতৰাই থাইলেণ্ডৰ সেনাই তাত তেওঁলোকৰ পতাকা উত্তোলন কৰিছে।

টিভি-৩ নামৰ থাইলেণ্ডৰ আন এক সংবাদ মাধ্যমে জনাইছে যে, দেওবাৰৰ পুৱাৰে পৰা স্থল সেনা, নৌ সেনা আৰু বিমান বাহিনীয়ে সীমান্তত যৌথ অভিযান আৰম্ভ কৰিছে।

শেহতীয়া সংঘৰ্ষত কিমান লোক হতাহত হৈছে, সেই বিষয়ে এতিয়ালৈকে সঠিককৈ জনা হোৱা নাই।

কম্বোডিয়াৰ নাগৰিকসকলে ছ’চিয়েল মিডিয়াত জনাইছে যে, থাইলেণ্ডে তেওঁলোকৰ সীমান্তৱৰ্তী পুৰছাত প্ৰদেশৰ থামাৰ দা অঞ্চলত গোলাবৰ্ষণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

August 6, 2026 4:47 pm
বান সাহায্যৰ নামত ৰাস্তাত ধন সংগ্ৰহত নিষেধাজ্ঞা : উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

বান সাহায্যৰ নামত ৰাস্তাত ধন সংগ্ৰহত নিষেধাজ্ঞা : উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

August 6, 2026 4:27 pm
জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

August 6, 2026 4:47 pm
বান সাহায্যৰ নামত ৰাস্তাত ধন সংগ্ৰহত নিষেধাজ্ঞা : উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

বান সাহায্যৰ নামত ৰাস্তাত ধন সংগ্ৰহত নিষেধাজ্ঞা : উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

August 6, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd