• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ৩৭ বছৰ বয়সতে থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী! কোন এই পেটাংটাৰ্ণ শ্বিনাৱাট্ৰা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2024 1:27 pm
থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী পেটাংটাৰ্ণ শ্বিনাৱাট্ৰা। ফটোঃ সংগ্ৰহীত।

থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী পেটাংটাৰ্ণ শ্বিনাৱাট্ৰা। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ৩৭ বছৰ বয়সতে থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে পেটাংটাৰ্ণ শ্বিনাৱাট্ৰা। তেওঁ আজিলৈকে দেশখনৰ আটাইতকৈ কম বয়সীয়া আৰু দ্বিতীয় মহিলা প্ৰধানমন্ত্ৰী। শুকুৰবাৰে থাইলেণ্ডৰ সংসদত ভোটদানৰ জৰিয়তে বিধায়কসকলে পেটাংটাৰ্ণক নিৰ্বাচিত কৰে।

পেটাংটাৰ্ণ সৈতে ৰাজনীতিৰ সম্পৰ্ক বহুত পুৰণি। তেওঁৰ পিতৃ থাকচিন শ্বিনাৱাট্ৰা কেৱল কোটিপতিয়ে নহয়, থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীও। পিতৃৰ পথ অনুসৰণ কৰি পেটাংটাৰ্নে ৰাজনীতিৰ ক্ষেত্ৰখনত নিজৰ নাম উজলাই তুলিছে।

বিগত কেইটামান দশক ধৰি দেশৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি আহিছে শ্বিনাৱাট্ৰা পৰিয়ালে। পেটাং টাৰ্ণৰ খুড়ীয়েক ইংলাকো ৰাজনীতিত এক বিখ্যাত নাম। তেওঁ আছিল থাইলেণ্ডৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী।

Apply Now

লগতে পঢ়কঃ দেশজুৰি ধৰ্মঘটৰ আহ্বান! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ গ’ল সকলো অ’পিডি; ৰোগীৰ হাহাকাৰ

৩৭ বছৰীয়া পেটাংটাৰ্ণ ফিউ থাই দলটোৰ নেতা। বিগত কেইবাদিনো ধৰি থাইলেণ্ড চৰকাৰৰ অস্থিৰতা বিৰাজ কৰি আহিছিল। থাইলেণ্ডৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী ছেথ্ৰা থাভিছিনে উৎকোচৰ বাবে দোষী সাব্যস্ত হৈ কাৰাগাৰালৈ যোৱা এজন অপৰাধীক তেওঁৰ কেবিনেটত অন্তৰ্ভুক্ত কৰিছিল।

ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়। অৱশেষত দুদিনমান আগতে নৈতিকতা উলংঘা কৰাৰ অভিযোগত থাভিচিনক থাইলেণ্ডৰ আদালতে শাসনৰ পৰা অপসাৰণ কৰে। তেওঁৰ মন্ত্ৰীসভা ভংগ কৰিবলৈও নিৰ্দেশ দিয়া হয়। ইয়াৰ পিছত ফেউ থাই পাৰ্টিয়ে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে পেটাংটাৰ্নৰ নাম সমৰ্থন কৰে। সংসদত ভোটদান আৰম্ভ হোৱাৰ লগে লগে তেওঁ বহু দূৰ আগবাঢ়ি যায়। ইয়াৰ পিছত ৩১৯টা ভোটত জিকি সংখ্যাগৰিষ্ঠতাৰে পেটাংটাৰ্ণ নিৰ্বাচিত হয়।

থাইলেণ্ডত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত পেটাংটাৰ্নে ব্ৰিটেইনৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ পৰিয়ালৰ ব্যৱসায়ত যোগদান কৰে। শ্বিনাৱাট্ৰাৰ মালিকানাধীন ৰেণ্ডে হোটেল উদ্যোগ গ্ৰুপত তেওঁ কেইবাবছৰ ধৰি কাম কৰিছিল।

লগতে পঢ়কঃ টাইব্ৰেকাৰত ৩৪টা পেনাল্টি! কল্পনা কৰিব পাৰিনে? ঐতিহাসিক জয় সাৱ্যস্ত নেদাৰলেণ্ডৰ ক্লাবৰ

ইয়াৰ পিছতে পেটাংটাৰ্নে ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে। ২০২১ চনত ফেউ থাই দলত যোগদান কৰে। ২০২৩ চনৰ অক্টোবৰ মাহত পেটাংটাৰ্ণক দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এইবাৰ পেটাংটাৰ্নে থাইলেণ্ডৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd