• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 5, 2021 12:02 pm

1 min read

Whale-vomit-1_603f597c9f73d
531
VIEWS
Share on FacebookShare on Twitter

কপালত থাকিলে ধনী হ’বলৈ বৰ বেছি সময় নালাগে। জনসমাজত প্ৰচলিত এনে ধাৰণাকে সত্য প্ৰমানিত কৰি নিশাৰ ভিতৰতে ধনী হৈ পৰিল এগৰাকী মহিলা।

থাইলেণ্ডৰ সাগৰৰ উপকূলত ঘৰ তেওঁৰ। সেয়েহে সময় কটাবলৈ সাগৰৰ পাৰেৰে খোজ দিছিল ৪৯ বছৰীয়া ছিৰিপৰ্ণ ন্যামৰিন নামৰ মহিলাগৰাকীয়ে।

সেইদৰে আগবাঢ়ি যাওতে হঠাৎ পানীৰ ঢৌত ভাহি আহিল এটি আজৱ বস্তু য’ৰ পৰা মাছৰ দৰে গোন্ধ ওলাই আহিছিল।

মহিলাগৰাকীয়ে সেইটো ঘৰলৈ লৈ অহাৰ পাছত চুবুৰীয়া তথা আন লোকে জানিব পাৰে যে সেইটো আন নহয়, বহু মূল্যবান ‘তিমিৰ বমি’ যাক এম্বাৰগ্ৰিছ নামেৰে জনা যায়।

বাতৰি অনুসৰি, ন্যামৰিনে পোৱা এম্বাৰগ্ৰিছটোৰ বজাৰ মূল্য ২,৫০,০০০মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ২ কোটি টকা।  মহিলাগৰাকী থাইলেণ্ডৰ নাখন ছি থম্মাৰাট প্ৰদেশৰ বাসিন্দা। তেওঁ পোৱা এম্বাৰগ্ৰিছটো ১২ ইঞ্চি বহল আৰু ২৪ ইঞ্চি দীঘল।

এম্বাৰগ্ৰিছ বা ‘তিমিৰ বমি’ আচলতে বিশ্বৰ বৃহত্তম স্তন্যপ্ৰায়ী প্ৰাণীৰ দেহৰেই এটা অংশ। ইয়াক ‘উপঙি থকা সোণ’ তথা ‘সমুদ্ৰৰ গুপ্তধন’ বুলিও কোৱা হয়।

সাধাৰণতে ‘স্পাৰ্ম হোয়েল’ৰ শৰীৰত এই বস্তুটো সৃষ্টি হয়। তাৰ পৰাই বমিৰ জৰিয়তে সাগৰত মিহলি হয়। প্ৰথমতে ইয়াৰ পৰা মাছৰ দৰে গোন্ধ ওলালেও পাছত অতি সুন্দৰ গোন্ধ ওলায়।

ইয়াৰ পৰাই এক সুগন্ধি তৈয়াৰ কৰা হয়। আন্তৰ্জাতিক বজাৰত এম্বাৰগ্ৰিছৰ মূল্য বহুত বেছি।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd