• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজহুৱা হ’ল বিজয়-তৃষাৰ গোপন প্ৰেম! বিয়াঘৰত একেলগে দুই তাৰকা, জল্পনা-কল্পনা তুংগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 10:57 am
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা থালাপতি বিজয়ৰ ব্যক্তিগত জীৱনক লৈ আৰম্ভ হৈছে নতুন জল্পনা-কল্পনা। প্ৰায় ২৭ বছৰীয়া বিবাহিত জীৱনৰ অন্ত পেলাবলৈ ওলাইছে বুলি শুনা গৈছে। অভিযোগ অনুসৰি, অভিনেতাজন বিবাহ বহিৰ্ভূত প্ৰেমৰ সৈতে জড়িত। আৰু সেই সম্পৰ্ক হেনো দক্ষিণ ভাৰতীয় অভিনেত্ৰী তৃষা কৃষ্ণনৰ সৈতে।

এই চৰ্চাৰ মাজতে শেহতীয়াকৈ বিজয় আৰু তৃষাক একেলগে দেখা গ’ল বিয়া এখনত। তাৰকা দুগৰাকীৰ উপস্থিতি সন্দৰ্ভত ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে এক সৰস আলোচনা।

Apply Now

শেহতীয়াকৈ বিজয় আৰু তৃষাই একেলগে চেন্নাইত এক বিবাহ অনুষ্ঠানত অংশ লয়। সেই অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দেখা যায় যে বিজয়ে হাতত ফুলৰ থোপা লৈ গাড়ীৰ পৰা নামিছে, পিছে পিছে তৃষাও খোজ কাঢ়ি গৈ আছে।

এই দৃশ্যটোক কেন্দ্ৰ কৰি নতুন নতুন প্ৰশ্ন উত্থাপিত হৈছে – কিন্তু তেওঁলোকৰ সম্পৰ্কৰ চৰ্চা এনেদৰেই নিশ্চিত হৈছে নেকি? বহুতৰ মতে বিজয় যদি সঁচাকৈয়ে পত্নী সংগীতা সোৰনালিগামৰ সৈতে বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে, তেন্তে এই উপস্থিতিয়ে সেই বাৰ্তাই দিছে নেকি?

জানিব পৰা মতে বিজয়ৰ পত্নী সংগীতাই ইতিমধ্যে পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে। বিজয় আৰু সংগীতাই ১৯৯৯ চনত বিবাহপাশত আবদ্ধ হয়। ২৭ বছৰীয়া দীঘলীয়া বৈবাহিক সম্পৰ্কত তেওঁলোকৰ দুটা সন্তান আছে। বহু অনুৰাগীয়ে ইমান বছৰৰ পাছত তেওঁলোকৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ উপক্ৰম হোৱা বুলি শুনি হতাশ হৈ পৰিছে।

ইপিনে, এই ঘটনাৰ মাজতে আন এটা বিষয় চৰ্চালৈ আহিছে। বিবাহ অনুষ্ঠানত বিজয় আৰু তৃষাৰ উপস্থিতিৰ কিছু সময়ৰ পূৰ্বে বিজয়ৰ দেহৰক্ষী অৰুণ সুৰেশে ছ’চিয়েল মিডিয়াত এক ৰহস্যজনক বাৰ্তা প্ৰেৰণ কৰে। তাত তেওঁ লিখিছে, “সকলো বাধা আঁতৰাই এতিয়া থিয় হোৱাৰ সময় আহি পৰিছে।” যদিও কি প্ৰসংগত তেওঁ এই মন্তব্য কৰিছিল সেয়া স্পষ্ট নহয়। কিছু সময়ৰ পিছত পোষ্টটো ডিলিট কৰি দিয়ে।

বিজয় আৰু তৃষাৰ যুটি দীৰ্ঘদিন ধৰি দৰ্শকৰ মাজত জনপ্ৰিয় হৈ আহিছে। ২০০৪ চনত ‘গিল্লি’ ছবিখনত তেওঁলোকৰ ৰসায়নে প্ৰথমবাৰৰ বাবে দৰ্শকৰ হৃদয় জয় কৰিছিল। তাৰ পিছত তেওঁলোকে ‘থিৰুপাচি’, ‘আঠী’ আৰু ‘কুৰুভি’ৰ দৰে কেইবাখনো ছবিত একেলগে কাম কৰিছিল।

#TVK chief and actor #Thalapathy #Vijay makes bold hard launch with #actress #Trisha Krishnan — the duo steps out together at producer Kalpathi S. Suresh’s son’s wedding reception in #Chennai amid raging #divorce rumours and alleged #affair speculation.

pic.twitter.com/FIbtxcHHuj

— Hari (@Waystar_Roy_Co) March 5, 2026

অৱশ্যে তেওঁলোকৰ সম্পৰ্কক লৈ গুঞ্জণ নতুন নহয়। জনা যায় যে ২০০৮ চনৰ পিছত তেওঁলোকে একেলগে কাম কৰা বন্ধ কৰি দিছিল। কাৰণ, তেওঁলোকৰ ঘনিষ্ঠতাৰ জল্পনা-কল্পনাৰ প্ৰভাৱ বিজয়ৰ পৰিয়ালত পৰিছিল। সেই সময়ত অভিনেতাজনৰ পৰিয়ালেও তৃষাৰ সৈতে কাম নকৰাৰ চৰ্ত দিয়া বুলি খবৰ ওলাইছিল। যদিও সেই সময়ত দুয়োগৰাকী তাৰকাই দাবী কৰিছিল যে এই সকলোবোৰ উৰাবাতৰি – তেওঁলোক মাত্ৰ ভাল বন্ধু।

দীঘলীয়া ১৪ বছৰৰ পাছত পুনৰ ডাঙৰ পৰ্দাত একেলগে দেখা যায় দুয়োকে। ২০২৩ চনত মুক্তি পোৱা ‘লিয়ো’ ছবিখনত বিজয় আৰু তৃষাই স্বামী-স্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। আৰু তেতিয়াৰ পৰাই পুনৰ আৰম্ভ হৈছে তেওঁলোকৰ সম্পৰ্কক লৈ বিভিন্ন জল্পনা-কল্পনা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd