• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আপেল মহোৎসৱৰ বাবে সাজু নাগালেণ্ডৰ থানামিৰ গাঁও; সুস্বাদু আপেলেৰে ভৰা উত্তৰ-পূবৰ এখন গাঁও

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 10, 2019 7:00 pm

1 min read

Apple tree

আপেলৰ গছ

615
VIEWS
Share on FacebookShare on Twitter

ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত নাগালেণ্ডৰ কিফিৰে জিলাৰ থানামিৰ গাঁৱত ১৩ ছেপ্টেম্বৰত উলহ-মালহেৰে আপেল মহোৎসৱ আয়োজনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে।

নাগালেণ্ডৰ থানামিৰ গাঁৱত প্ৰচুৰ পৰিমানে আপেল উৎপাদন হয়। থানামিৰক ‘আপেলৰ গাঁও’ বুলিও জনা যায়।

নাগালেণ্ডৰ উদ্যান শস্য বিভাগৰ সহযোগত আৰু থানমিৰ গাঁও সভাৰ উদ্যোগত অষ্টম থানামিৰ আপেল মহোৎসৱ খনি আয়োজন কৰা হ’ব।

অনুষ্ঠানত নাগালেণ্ডৰ উদ্যান শস্য আৰু সীমান্ত মন্ত্ৰ্যালয় বিভাগৰ উপদেষ্টা হাথুং য়ানথানে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

ভাৰত-ম্যানমাৰ সীমান্তৰ সৰমতি পৰ্বতৰ নামনিত থানামিৰ গাঁওখন অৱস্থিত।

গাঁৱখনৰ জলবায়ু উদ্যান শস্যৰ বাবে উপযোগী বুলি জানিব পৰা গৈছে।

আপেলৰ উপৰিও গাঁৱখনত মধুৰিয়াম, কল, আম, আপেল আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

কিফিৰে, লংলেঙৰ পাছতে নাগালেণ্ডৰ কম জনবসতি প্ৰধান জিলা আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৮৯৬ মিটাৰ উচ্চতাত অৱস্থিত।

জানিব পৰা মতে, গাঁৱখনৰ আপেল খেতিৰ লগত জড়িত প্ৰতিগৰাকী খেতিয়ক আৰু তেওঁলোকৰ পৰিয়ালে প্ৰতিবছৰে উদযাপন কৰি অহা উৎসৱখনিৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।

প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত নাগালেণ্ডৰ থানামিৰ গাঁৱত আপেল মহোৎসৱ পালন কৰি অহা হৈছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd