• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩১ জানুৱাৰিৰ পৰা আইআইটি গুৱাহাটীৰ আলচেৰিংগা মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2019 5:07 pm
alcheringa
462
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ আইআইটি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক কাৰ্যসূচী জানুৱাৰিৰ ৩১ তাৰিখৰ পৰা ফেব্ৰুৱাৰিৰ ৩ তাৰিখলৈকে অনুষ্ঠিত হ’ব।

২০১৯ৰ আলচেৰিংগাৰ থিম হৈছে ‘দ্য ইথাৰিয়েল কনকুৱেষ্ট’ আৰু ইয়াৰ লক্ষ্য হৈছে অসফলতাৰ ভয়ক জিনি সপোন আৰু আশাৰ বিজয় লাভ।

দৰ্শকসকলৰ মাজত শিঁহৰণকাৰী কাৰ্যসূচী আৰু পৰিৱেশনা কৰাৰ বাবে এই মহোৎসৱৰ ৪ নিশা ধৰি বিখ্যাৎ শিল্পীসকলে তেওঁলোকৰ প্ৰতিভা পৰিৱেশন কৰিব।

মোহন বীণাত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত প্ৰখ্যাৎ শিল্পী গ্ৰেমী বঁটা বিজয়ী বিশ্ব মোহন ভাটে উদ্বোধনী নিশা অনুষ্ঠান পৰিৱেশন কৰিব।

বিখ্যাৎ কানাডিয়ান মেটেল বেণ্ড দ্য অৰ্ডাৰ অব কেওছে (The Order of Chaos)ফেব্ৰুৱাৰিৰ ১ তাৰিখে জগৰন’ট : ‘দ্য মেটেল নাইট’(Juggernaut: The Metal Night) শীৰ্ষক অনুষ্ঠান পৰিৱেশন কৰিব।

তৃতীয় নিশাৰ সাংস্কৃতিক অনুষ্ঠান ‘ক্ৰিজেনডো’ত (Crescendo) অনুষ্ঠান পৰিৱেশন কৰিব বলীউডৰ সচীন-জিগৰ আৰু গায়ক এছ কিঙে।

৩ ফেব্ৰুৱাৰিৰ অন্তিম সাংস্কৃতিক নিশাত স্পেনিশ্ব হাউছ আৰু ইলেক্ট্ৰো হাউছ ডিজে আৰু প্ৰযোজক ডেনী আভিলা আৰু মেক্সিকোৰ ডিজে আৰু প্ৰযোজক মাৰিয়ানা বোৱে অনুষ্ঠান পৰিৱেশন কৰিব।

আলচেৰিংগাত সাহিত্য, সংগীত নৃত্য, কলা, ক্ৰীড়াৰ বিভিন্ন ভাগসমূহৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। উক্ত সাংস্কৃতিক মহোৎসৱৰ সময়চোৱাত বিভিন্ন ধৰণৰ কাৰিকৰী কৰ্মশালাও অনুষ্ঠিত কৰা হ’ব। বিভিন্ন ৰাজ্যৰ হস্তশিল্প হাতেবোৱা বস্ত্ৰৰো এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd