• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্নামেণ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 30, 2019 8:26 am

1 min read

Boxing

প্ৰতিনিধিত্বমূলক চিত্ৰ

990
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয় সংখ্যক ইণ্ডিয়ান অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতা। ভাৰতীয় বক্সিং ফেডাৰেশ্যনে এই সন্মানীয় প্ৰতিযোগিতাখনৰ বাবে গুৱাহাটীক নিৰ্বাচিত কৰাত অসম বক্সিং সন্থাকে ধৰি উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়া মহল।

গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযগিতাখন বক্সিং ফেডাৰেশ্যনে প্ৰথমতে ৫ৰ পৰা ৯ ফেব্ৰুৱাৰিৰ ভিতৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও শেষত ফেডাৰেশ্যনৰ কিছু অসুবিধাৰ বাবে প্ৰতিযোগিতাখন পিছুৱাই দিয়ে।

জানিব পৰা মতে এছিয়ান কনফেডাৰেশ্যন বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ যোৱাৰ পাছতেই গুৱাহাটীত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় বক্সিং ফেডাৰেশ্যনে নতুন দিন ধাৰ্য কৰিছে। এতিয়া প্ৰতিযোগিতাখন অহা ২০ মে’ৰ পৰা ২৪ মে’লৈ চলিব।

উল্লেখ্য যে গুৱাহাটীয়ে এই প্ৰতিযোগিতাখনৰ পূৰ্বে ২০১৭ত অতি সফলতাৰে আয়োজন কৰিছিল আইবা ওমেন’ছ য়ুথ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ। য’ত ভাৰতে অভিলেখ সংখ্যক পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইফালে প্ৰথম সংখ্যক ইণ্ডিয়ান অ’পেন ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাখন যোৱা বৰ্ষৰ জানুৱাৰিত অনুষ্ঠিত হৈছিল নতুন দিল্লীত। প্ৰতিযোগিতাখনত ভাৰতৰ বক্সাৰ সকলে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই ৮টাকৈ সোণৰ পদক লাভ কৰিছিল।

Recent News

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd