• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৯ খন কেবিনেট বৈঠকৰ নামত কোটি কোটি টকা শৰাধ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2023 1:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাম কি কৰিছে নকৰিছে সেয়া বাদ দিয়ক। কিন্তু খোৱা বোৱা আৰু লাস বিলাসত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পানীৰ দৰে খৰচ কৰিছে ৰাইজৰ ধন। বাজেট চালে ধৰিবই নোৱাৰি এয়া বিলাসী পিকনিক পাৰ্টি নে কেবিনেট বৈঠক। চৰকাৰে ৩,৬৮,৩০,১১৬ কোটি টকা খৰচ কৰিলে মাত্ৰ ৯ খন কেবিনেটত।

Apply Now

এইয়া অসমৰ চৰকাৰৰ কেবিনেট বৈঠকৰ খৰচ। বিগত সময়ত অসমৰ বিভিন্ন জিলাত হৈ যোৱা কেবিনেট বৈঠকৰ খোৱা বোৱাকে ধৰি অন্যান্য শিতানৰ খৰচ এয়া। খোদ চৰকাৰেই দাঙি ধৰিছে এই তথ্য। বিধান সভাত কমলাক্ষ দে পুৰকায়স্থই সোধা এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসে দাঙি ধৰিছে এই তথ্য।

বিগত সময়ত ক্ৰমে যোৰহাট, শিলচৰ, ডিমা হাচাও, কোকৰাঝাৰ, বঙাইগাঁও, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড় আৰু কামৰূপত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ ৯ খন বৈঠকৰ বাবে চৰকাৰে খৰচ কৰিছে ৩,৬৮,৩০,১১৬ কোটি টকা ।

যিসময়ত ৰাজ্যৰ অৰ্থনীতি কোটি কোটি টকাৰ ঋণত বুৰ গৈ আছে। যি সময়ত আৰ্থিক অনাটৰ বাবে বন্ধ কৰি দিয়া হৈছে ইখনৰ পিছত সিখনকৈ আঁচনি। যি সময়ত কাৰ্যকৰী নোহোৱাকৈ পৰি আছে বহু পৰিকল্পনা। সেই সময়ত ১৬ জন কেবিনেট মন্ত্ৰীয়ে ৯ খন বৈঠক অনুষ্ঠিত কৰাৰ নামত খৰচ কৰিছে এই বিশাল ধন ৰাশি। ৰাইজৰ টকাৰেই মন্ত্ৰী সকলে বিলাসী কেবিনেট বৈঠক উদযাপন কৰি ইটোৰ পিছত সিটোকৈ ৰাজ্যবাসীৰেই অহিতে লৈছে কেতবোৰ সিদ্ধান্ত। এফালে ৰাইজৰ টকাৰে কেবিনেট বৈঠক উদযাপন আৰু আনফালে ৰাইজৰ ওপৰতেই জাপি দিয়া হৈছে ইটোৰ পিছত সিটো কৰ। দৰিদ্ৰ ৰাইজৰ কৰৰ টকাৰে কেবিনেটত মাছে মঙহে খাই উগাৰটো মাৰি কৈছে উচ্ছেদৰ দৰে জনবিৰোধী কথা।

মাত্ৰ ৯ খন বৈঠকত ১৬ গৰাকী মন্ত্ৰীৰ খোৱা বোৱা, অহা যোৱাৰ নামত কেনেকৈ ৩,৬৮,৩০,১১৬ কোটি টকা খৰচ হ’ল সেই কথা এতিয়া চৰকাৰৰ পৰা জানিবলৈ বিচাৰিছে সচেতন ৰাজ্যবাসীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd