• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপাংকৰ গগৈৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী আৰক্ষীৰ শাস্তিৰ দাবী আপৰ

আৰক্ষীৰ নিৰ্যাতনৰ বাবেই চৰম সিদ্ধান্ত লৈছিল দীপাংকৰে-আপ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2024 8:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণ কাণ্ডৰ জেৰাৰ নামত চলোৱা অমানুষিক নিৰ্যাতনৰ বাবে ৰহস্যজনক মৃত্যুক আকোৱালি লৈছিল দীপাংকৰ গগৈ নামৰ তিতাবৰৰ এজন যুৱকে। উক্ত ঘটনাৰ সৈতে জড়িত দোষী আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে দীপাংকৰৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে।

আজি আপৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হয় যে গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থা এন আই এৰ চাৰ্জশ্বিটেই দীপাংকৰৰ নিৰ্দোষিতাৰ প্ৰমাণ হিচাপে যথেষ্ট। আপৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে  এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “২০২৩ চনৰ ১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰীত থকা ভাৰতীয় সেনাৰ শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ  বাবে মাথো সন্দেহৰ ভিত্তিত অসম আৰক্ষীয়ে তিতাবৰৰ দীপাংকৰ গগৈ নামৰ এজন যুৱকক অমানুষিক নিৰ্যাতন চলাইছিল।

Apply Now

গ্ৰেনেড বিস্ফোৰণত সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে জেৰা চলোৱাৰ সময়ত শাৰীৰিক আৰু মানসিক ভাৱেও নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বাবেই থানাৰ পৰা ঘৰলৈ গৈ ৰহস্যজনক মৃত্যু হৈছিল দীপাংকৰৰ। অসম আৰক্ষীয়ে দীপাংকৰ গগৈ বিষ্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সোধ- পোছৰ নামত নিৰ্যাতন চলাইছিল আৰু তাৰ পাছতে দীপাংকৰৰ মৃত্যু হৈছিল।

কিন্তু শেহতীয়াভাৱে প্ৰকাশিত নিয়াৰ চাৰ্জশ্বিটত দীপাংকৰ গগৈৰ নাম নথকাটোৱে অসম আৰক্ষী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ গৃহ বিভাগৰ অত্যাচাৰী স্বৰূপ উদঙাই দিছে। পুলিচী অত্যাচাৰৰ বলি হৈ মৃত্যু হোৱা দীপাংকৰ গগৈৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ দুদিন পাছতে দীপাংকৰৰ সোধ- পোছৰ সৈতে জড়িত আৰক্ষী অধীক্ষক মোহনলাল মিনা, মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ কুমাৰ দাসৰ  বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজাহাৰ দাখিল কৰিছিল । কিন্তু বিগত ছমাহে মুখ্যমন্ত্ৰীৰ অধীনস্থ গৃহ বিভাগৰ গাফিলতিৰ বাবেই এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। “

আম আদমী পাৰ্টিৰ ৰাজ্যিক আহ্বায়ক গৰাকীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ লগতে দীপাংকৰ গগৈৰ পৰিয়ালক শকত পৰিমাণৰ এক কালীন সাহায্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd