• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক-ইনষ্টাগ্ৰামত ৰিল বনাইছে? একাউণ্ট ডিলিট কৰিব চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2023 1:13 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ যদি ইনষ্টাগ্ৰাম আৰু ফেচবুকত (Facebook-Instagram) একাউণ্ট আছে তেন্তে সাৱধান হওক। আপোনাৰ একাউণ্ট ডিলিট হ’ব পাৰে। খবৰ অনুসৰি, ভাৰত চৰকাৰে বহু একাউণ্ট ডিলিট কৰিব পাৰে।

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা একাউণ্টসমূহ আঁতৰোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে। একেৰাহে ৩ বছৰ বন্ধ হৈ থকা একাউণ্টসমূহ সম্পূৰ্ণৰূপে ডিলিট কৰা হ’ব। যদি ব্যৱহাৰকাৰীয়ে তিনি বছৰ বা তাতকৈ অধিক সময় ধৰি এবাৰো নিজৰ একাউণ্ট ব্যৱহাৰ কৰা নাই তেন্তে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এইটো ডিপিডিপি আইন (ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্ট)ৰ অংশ। অৱশ্যে আগষ্ট মাহতে এই নিয়ম প্ৰণয়ন কৰা হৈছিল। এতিয়া এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ সন্মুখত নিৰ্বাচন! মোডীৰ উপহাৰ, পেট্ৰল-ডিজেলৰ দাম ৮ৰ পৰা ১০ টকালৈ হ্ৰাস পাব?

এই নিয়ম বিশেষভাৱে ছ’চিয়েল মিডিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে। এই নিয়ম ইকমাৰ্চ কোম্পানী, গেমিং কোম্পানী, অনলাইন মাৰ্কেটপ্লেচ আৰু সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰযোজ্য হ’ব পাৰে।

ডিপিডিপি আইনত ব্যৱহাৰকাৰীৰ তথ্য সুৰক্ষাৰ সৈতে জড়িত কেইবাটাও বিধি অন্তৰ্ভুক্ত কৰা হৈছে।

আগষ্ট মাহত প্ৰকাশিত এখন আইন কাৰ্যকৰী কৰিবলৈ সৰ্বাধিক ২৫টা নিয়মৰ সৃষ্টি কৰিব লাগিব। ইয়াৰ বাবে চৰকাৰৰ যিকোনো নিয়ম বনোৱাৰ অধিকাৰ আছে। ইয়াৰে এটা নিয়ম হ’ল শিশুৰ বয়স পৰীক্ষা কৰাৰ নিয়ম। ইয়াৰ জৰিয়তে ছ’চিয়েল মিডিয়াত শিশুৱে কি চাব পাৰে আৰু কি চাব নোৱাৰে সেইটো নিৰ্ণয় কৰিব পাৰিব।

লগতে পঢ়কঃ দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে শিক্ষয়িত্ৰীৰ ৰোমাঞ্চৰ অন্তৰংগ ছবি ভাইৰেল; ব্যৱস্থা গ্ৰহণৰ দাবী অভিভাৱকৰ

এই নিয়ম অনুসৰি ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম-ফেচবুকৰ দৰে প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ অনুমতি ল’ব লাগিব। এই অনুমতি আন কাৰো পৰা নহয়, প্লেটফৰ্মটোৱে নিজেই শিশুটিৰ পিতৃ-মাতৃৰ পৰা ল’ব। কিন্তু এই প্ৰক্ৰিয়াটো সংস্থাসমূহৰ বাবে কিছু অসুবিধাজনক হ’ব পাৰে। বৰ্তমান বয়স পৰীক্ষণ পদ্ধতি এই আইনত প্ৰকাশ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd