• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানসিক অশান্তি আৰু সিদ্ধান্তহীনতাত ভুগিছে নেকি? ইয়াৰ উত্তৰ লুকাই আছে আপোনাৰ ঘৰখনতেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 6:46 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৌদ্ধ সন্ন্যাসীসকলে বিশ্বাস কৰিছিল যে ঘৰ সাৰি ধূলি-মাকতি বাহিৰ কৰাটো আচলতে জাগতিক মোহ ত্যাগ কৰি জীৱনত আগবাঢ়ি যোৱাৰ দৰেই। ঘৰৰ পৰা মলি পৰিষ্কাৰ কৰিলে মনৰ পৰাও বেয়া ভাৱবোৰ আঁতৰি যায় বুলি তেওঁলোকে ভাবিছিল। আজিকালি মনোবিজ্ঞানীসকলেও কয় যে ঘৰখন পৰিপাটিকৈ ৰাখিলে জীৱনটোও সুন্দৰকৈ সজাই তোলাত সুবিধা হয়। প্ৰায়ে দেখা যায় যে যিসকল লোকে নিজৰ ঘৰখন অগোছাল কৰি ৰাখে, তেওঁলোকে ব্যক্তিগত জীৱনতো সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। তেওঁলোকে খং, মানসিক চাপ আৰু বিৰক্তি বেছিকৈ প্ৰকাশ কৰে। কিন্তু এই সকলোবোৰ সমস্যাৰ সমাধান আপোনাৰ হাততেই আছে। সেয়া হৈছে হাতত ঝাড়ু লৈ ঘৰখন ধুনীয়াকৈ চাফা কৰি ৰখা। ঘৰ চাফা কৰিলে কেনেকৈ মানসিক শান্তি পোৱা যায়, সেয়া জানি লোৱাটো অতি প্ৰয়োজনীয়।

ধৰি লওক আপোনাৰ টেবুলৰ ওপৰত বস্তুৰ দ’ম হৈ আছে বা কাপোৰবোৰ ইটোৰ ওপৰত সিটোকৈ জাপি থোৱা আছে। প্ৰথম অৱস্থাত এইবোৰ দেখি আপোনাৰ চাফা কৰিবলৈ মন নাযাব পাৰে। কিন্তু যেতিয়া আপুনি ধৈৰ্য ধৰি লাহে লাহে বস্তুবোৰ জাপি থ’বলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি নিজেই অনুভৱ কৰিব পাৰিব যে আপোনাৰ মনৰ দুশ্চিন্তা কমি আহিছে আৰু মনটো শান্ত হৈ পৰিছে। অগোছাল বস্তুবোৰ নতুনকৈ ধুনীয়াকৈ সজাই ৰখাটোৱেই হৈছে আচল কাম। বস্তুবোৰ চকুৰ আগত পৰিপাটিকৈ সজাই ৰাখিলে মনৰ একাগ্ৰতা বৃদ্ধি পায়। আজিকালি মানুহে ম’বাইলত বহুত সময় কটোৱাৰ বাবে যিকোনো কামতে মনোযোগ দিবলৈ টান পায়। সময় উলিয়াই ঘৰখন সজাই-পৰাই ৰাখিলে পিছলৈ আন যিকোনো কামতো মনোযোগ দিয়াত বহুত সুবিধা হয়।

যেতিয়াই আপোনাৰ ঘৰৰ লেতেৰা হৈ থকা চুক এটা পৰিষ্কাৰ হৈ পৰে, তেতিয়া মনটো এক অনাবিল আনন্দৰে ভৰি পৰে। ঘৰখন পৰিষ্কাৰ কৰাৰ লগে লগে নিজৰ জীৱনটোৰ ওপৰতো যেন নিয়ন্ত্ৰণ আহিছে, তেনে এক অনুভৱ হয়। ইয়াৰ ফলত যিকোনো সিদ্ধান্ত লোৱাটো সহজ হৈ পৰে, মানসিক ভাগৰ দূৰ হয় আৰু টোপনিও ভাল হয়। লগতে ই মানুহৰ আত্মবিশ্বাসো বৃদ্ধি কৰে। আনহাতে, সদায় একেবোৰ কামৰ মাজত মানুহে আজিকালি ব্যায়াম কৰিবলৈ সময় নাপায়। কিন্তু নিয়মীয়াকৈ ঘৰ চাফা কৰিলে শৰীৰটোও সক্ৰিয় হৈ থাকে আৰু ই এক প্ৰকাৰৰ ব্যায়ামৰ কাম কৰে। নিজৰ হাতেৰে ঘৰখন সজাই ৰাখিলে প্ৰয়োজনৰ সময়ত যিকোনো বস্তু বিচাৰি পাবলৈ সুবিধা হয়, যিয়ে মানুহৰ মাজত দায়িত্ববোধ গঢ়ি তোলে। ইয়াৰ উপৰিও বাহিৰৰ পৰা অহা আলহীয়ে যেতিয়া আপোনাৰ পৰিপাটি ঘৰখন দেখি প্ৰশংসা কৰে, তেতিয়া নিজৰ প্ৰতি থকা বিশ্বাস আৰু বেছি দৃঢ় হৈ পৰে।

Apply Now

ঘৰৰ সকলোবোৰ বস্তু যে একেদিনাই চাফা কৰি শেষ কৰিব লাগিব, তেনে কোনো কথা নাই। বৰঞ্চ আপুনি ঘৰৰ একোটা অংশ একোখনকৈ বাছি লৈ লাহে লাহে চাফা কৰিব পাৰে। সকলো কাম যে একেবাৰে নিখুঁত হ‘ব লাগিব, তাৰো কোনো প্ৰয়োজন নাই। লাহে লাহে ঘৰখন গুচাবলৈ আৰম্ভ কৰিলে এদিন দেখিব যে এই কঠিন কামটো আপোনাৰ বাবে একেবাৰে সহজ হৈ পৰিছে আৰু আপোনাৰ মানসিক অশান্তিও বহু পৰিমাণে দূৰ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd