• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীক মুখ্যমন্ত্ৰীৰ বহতীয়া হৈ নপৰিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ

বিৰোধী হৈ নিৰ্বাচন খেলাতো পাপ নেকি? সংবাদমেলত ভূপেন বৰাৰ প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2024 7:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিৰ্বাচন আয়োগকো ভ্ৰূক্ষেপ নকৰা কাৰ্যক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে।

আৰক্ষীৰ ওভতগোৰে নচাৰ বিষয়টো সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক সংবাদমেলত কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়ত আৰক্ষী নিৰপেক্ষ হ’ব লাগে। অকল সেয়াই নহয়, আয়োগৰ নিৰ্দেশতহে আৰক্ষী চলিব লাগে। নগাঁৱৰ চামগুৰিত আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত আতিশয্য অব্যাহত ৰাখিছে। এই ব্যৱস্থা বাহাল থাকিলে আমি কংগ্ৰেছে আৰক্ষীৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম।

Apply Now

এক সংবাদমেল সম্বোধন কৰি বৰাই কয়, নগাঁও আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছে৷ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই সম্পূৰ্ণ একপক্ষীয়ভাৱে কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ ওপৰত অবিৰতভাৱে হাৰাশাস্তি আৰম্ভ কৰি আহিছে৷ মঙলবাৰে পুৱাৰ ভাগত বিনা কাৰণত ব্ৰহ্মবিল আৰু খাটোৱাল গাঁৱত কংগ্ৰেছৰ নিৰ্বাচনী এজেণ্টৰ ঘৰলৈ গৈ কোনো কথা নোহোৱাকৈ ভাবুকি দিছে৷ চামগুৰি, ৰূপহী আৰক্ষী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই এইধৰণৰ আইন নিজৰ হাতত লৈ কাম কৰিছে৷ আজি ৰাতিপুৱা ডিজিপি জি.পি সিং, নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলক এই কথা অৱগত কৰিছো৷ যদি আৰক্ষী আৰু নিৰ্বাচন আয়োগ নিৰেপক্ষ নহয় তেন্তে উলুবাৰীৰ ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখত অনশনত বহাৰ কথা কৈছিলো। তেতিয়া ডিজিপি জিপি সিঙে নগাঁও আৰক্ষীক নীতিগতভাৱে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে৷

কংগ্ৰেছৰ তিনিজন ল’ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৰাখিছে৷ মই এই কথা নকও যে ল’ৰাকেইজন দোষী নে নিৰ্দোষী৷ কিন্তু গুলী কোনে ফুটাইছে, তাঞ্জিল হুছেইনৰ গাড়ী কোনে ভাঙিছে, কংগ্ৰেছৰ ৫-৬ জন বিধায়কৰ গাড়ী কোনে ভাঙিছে তাৰো ভিডিঅ’ ফুটেজ আছে৷ যিয়ে নহওক ডিজিপিজনে মোক এটা বাৰ্তা দিছো৷ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানজনৰ বাৰ্তাটোৰ প্ৰতি মই সন্মান জনাইছো৷ তেখেতে কৈছে যে নগাঁও আৰক্ষীয়ে নিৰেপেক্ষ আৰু আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব৷ আমি চকু ৰাখিম৷ ৫ সমষ্টিৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ, নিৰপেক্ষ হওক৷ ৰাইজে গণতান্ত্ৰিক অধিকাৰ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰক৷ সিদ্ধান্ত যি হ’ব সেয়া আমি সকলোৱে মানি ল’ম৷

আজিৰ সংবাদমেলত অসমত বিৰোধী বিহীনভাৱে চৰকাৰ চলাব খোজাৰ অভিযোগ আনি ভূপেন বৰাই কয় যে বিৰোধীবিহীন চৰকাৰ একনায়কত্ববাদী হ’ব৷ আমি ৰাইজৰ হৈ কাম কৰি আছো৷ বিৰোধী হোৱাতো পাপ নেকি? বিৰোধী হৈ নিৰ্বাচন খেলাতো পাপ নেকি? বিজেপি আৰু চৰকাৰে কি বুজাব বিচাৰিছে? হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও বিৰোধীত থাকি পোৱা নাই৷ কিয়নো হিমন্ত বিশ্ব শৰ্মাই আদৰ্শক বিশ্বাস নকৰে৷ নীতিক বিশ্বাস নকৰে৷ হিমন্ত বিশ্ব শৰ্মাই কেৱল ধন সৰ্বস্ব, ক্ষমতা সৰ্বস্ব ৰাজনীতিতহে বিশ্বাসী বুলিও সংবাদমেলত ভূপেন বৰাই মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd