• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 29, 2025 8:00 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ৰাজ্যৰ বৰ্তমান প্ৰচলিত ভূমি আইনসমূহ বাতিল কৰি এখন নতুন সংহত আইন প্ৰণয়ন কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে আপত্তি বা মতামত  ৩০ জুনৰ  ভিতৰত দাখিল কৰাৰ সময় নিৰ্ধাৰণ কৰাৰ অসম ৰাজ্যিক কৃষক সভাই প্ৰতিবাদ কৰিছে আৰু এনে ধৰণৰ গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয়ত খৰখেদাকৈ আগবাঢ়িব বিচৰাৰ তীব্ৰ বিৰোধীতা কৰিছে ৷

অভিযোগ উত্থাপিত হৈছে যে গুৰুত্বপূৰ্ণ জাননীখন ৰাজহুৱা ভাৱে প্ৰকাশৰ বাবে ৰাজ্যৰ সকলো উপায়ুক্ত (আজিকালি জিলা আয়ুক্ত), চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, মৌজাদাৰ আৰু পঞ্চায়তৰ কাৰ্যালয়ৰ জাননী ফলকত জাননী আৰি দিয়াৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল ৷

Apply Now

মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি যোৱা ১ মে’ ২০২৫ তাৰিখে একাংশ সংবাদ পত্ৰৰ ভিতৰুৱা পৃষ্ঠাৰ এচুকত বিজ্ঞাপন প্ৰকাশ কৰা কাৰ্যই সমগ্ৰ প্ৰক্ৰিয়াটোক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে ৷  আনহাতে প্ৰস্তাৱিত নতুন সংহত ভূমি আইনৰ খচৰা বা প্ৰয়োজনীয় তথ্যও উপলদ্ধ নহয় যাৰ বাবে নতুন আইনৰ উদ্দেশ্য সম্পৰ্কে আপত্তি দাখিলৰ ভিত্তিবোৰ কি হব পাৰে সেয়াও জনাৰ উপায় নাই ৷

বিগত প্ৰায় পঞ্চাশবছৰ পূৰ্বেই অসমৰ ভূমিৰ যি জৰীপ হৈছিল তাৰ পাছত আৰু কোনোধৰণৰ জৰীপ হোৱা নাই ৷ এই দীৰ্ঘ সময়ছোৱাত অসমৰ ভূমিৰ বিষয়ত বহু নতুন সমস্যা আৰু জটিলতাৰ সৃষ্টি হৈছে ৷ অসমৰ ভূমি ব্যৱস্থাৰ বৰ্তমানৰ জটিলতাৰ পুঙ্খানুপুঙ্খ অধ্যয়ন কৰাৰ পাছতহে প্ৰয়োজনীয় সংশোধনৰ কথা আহিব পাৰে কিন্তু পুৰণি আইন বাতিল কৰি নতুন আইন প্ৰণয়নৰ দাবী এতিয়ালৈকে কোনো পক্ষৰ পৰা উত্থাপিত হোৱা নাই ৷ অসম বিধান সভাৰ ২০২৬ৰ আগন্তুক নিৰ্বাচনৰ আগে আগে খৰখেদাকৈ নতুন সংহত ভূমি আইন প্ৰণয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচৰাৰ আৰত অসমৰ ভূমি সমস্যা সমাধানতকৈ বিজেপিৰ দলীয় এজেণ্ডা বা নিৰ্বাচনী স্বাৰ্থহে জড়িত থকাৰ সন্দেহ উপজিছে ৷ অসম ৰাজ্যিক কৃষক সভাই দাবী কৰে যে প্ৰথমতে ৰাজ্য চৰকাৰে অসমৰ সকলো ভূমিৰ বিজ্ঞানসন্মত জৰীপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু নতুন সংহত ভূমি আইনৰ প্ৰস্তাৱ বাতিল কৰক ৷

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd