DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৌৰীসাগৰত ‘মালগুড়ি ডেইজ’ৰ অসমীয়া অনুবাদ ‘মালগুড়ি দিন’ ৰ উন্মোচন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 6, 2020 6:32 am
20200906_000752

ফটো: নৰ্থইষ্ট নাও

421
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে পবিত্ৰ শিক্ষক দিৱসৰ দিনাই গৌৰীসাগৰত উন্মোচন কৰা হল মালগুড়ি দিন নামৰ এখনি গ্ৰন্থ।

আৰ কে নাৰায়ণয়ে ১৯৪৩ চনত লিখা বিখ্যাত ইংৰাজী গ্ৰন্থ ‘মালগুড়ি ডেইজ’ৰ অসমীয়ালৈ অনুবাদ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ বড়াই।

গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিবলৈ ৰত্নেশ্বৰ বড়াক সাত মাহৰ সময় প্ৰয়োজন হৈছিল আৰু বিশ্ব বিখ্যাত লেখক আৰ কে নাৰায়ণৰ লেখনিৰ সোৱাদ অসমীয়া পঢ়ুৱৈয়ে লাভ কৰাৰ উদ্দেশ্যে এই কিতাপ খন অসমীয়ালৈ অনুবাদ কৰিছে বুলি জনায় ৰত্নেশ্বৰ বড়াই।

মালগুড়ি দিন নামৰ অসমীয়া অনুবাদ গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি ড০ প্ৰশান্ত কুমাৰ চুতীয়াই।

গুৱাহাটীৰ কুঞ্জলতা প্ৰকাশনৰ স্বত্বাধিকাৰী নিত্যৰঞ্জন গোস্বামীয়ে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়।

আনহাতে, উক্ত অনুষ্ঠানতে সংগীত প্ৰাৰম্ভিকা নামৰ আন এখন গ্ৰন্থও উন্মোচন কৰা হয়।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd