• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা ৰাজ্যবাসীয়ে পাব অৰুণোদয় আঁচনিৰ সুফল; কোনে-কোনে কেনেদৰে লাভ কৰিব অৰুণোদয় আঁচনি? জনালে হিমন্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2020 11:42 am
Him
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰে পৰা ৰাজ্যৰ দৰিদ্ৰ লোকসকলে নিয়মৰ ভিত্তিত লাভ কৰিব অৰুণোদয় আঁচনিৰ সু-ফল। জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই কথা জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কাইলৈ আমিননগাঁও পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

Apply Now

বিটিএডি এলেকাক বাদ দি মুঠ ২৯ খন জিলাত এই অৰুণোদয় আঁচনিৰ কাম কাইলৈৰ পৰা আৰম্ভ হ’ব বুলি হিমন্তই কয়।

তেওঁ আৰু কয়, ‘২৯ খন জিলাৰ হিতাধিকাৰীয়ে এই আঁচনিৰ সুফল লাভ কৰিব। বেংক একাউন্টৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মাজত কোনো মধ্যভোগী নাথাকে।‘

হিতাধিকাৰীয়ে লাভ কৰিবলগীয়া ৮৩০ টকা কেনেকৈ ভাগ-বতৰা কৰা হৈছে সেই সম্পৰ্কে উল্লেখ কৰি তেওঁ কয়,‘৪০০ টকা ঔষধ ক্ৰয়, ৫০ শতাংশ বাদ দি, ২০০ টকা চাৰি কিল’গ্ৰাম দালিৰ কাৰণে, ৮০ টকা চেনিৰ কাৰণে, ১৫০ টকা ফল-মূল ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।‘

জিলা প্ৰশাসনৰ তৎপৰতাত বৰ্তমালৈকে ১৮.২০ লাখ হিতাধিকাৰী চিনাক্ত কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ উল্লেখ কৰে।

১৮.২০ লাখ লোকৰ একাউন্টত ১ টকাকৈ জমা কৰাত ১৭.০৬ লাখ লোকৰ একাউন্ট কাৰ্য্যক্ষম হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে। বাকী একাউন্টসমূহ কাৰ্য্যক্ষম কৰিবলৈ চেষ্টা কৰা হ’ব বুলি তেওঁ জনায়।

ইতিমধ্যে, ১৮ লাখ লোকলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে উপযুক্ত বুলি মেছেজ প্ৰেৰণ হৈছে বুলি মন্ত্ৰীয়ে উল্লেখ কৰে।

মন্ত্ৰীয়ে জনোৱা অনুসৰি কাইলৈ নৱেম্বৰ মাহৰ পুঁজি লাভ কৰিব হিতাধিকাৰীসকলে।

ডিচেম্বৰ মাহতে তেওঁলোকে দুবাৰকৈ আঁচনিৰ ধন লাভ কৰিব বুলি কয়। ২৬ ডিচেম্বৰত হিতাধিকাৰীয়ে ডিচেম্বৰ মাহৰ ধন লাভ কৰিব বুলি তেওঁ জনায়।

একেদিনাই বেংকে সকলো হিতাধিকাৰীলৈ ধন লেন-দেন কৰিব নোৱাৰিব বাবে ৫ দিনৰ ভিতৰত সকলো হিতাধিকাৰীয়ে এই ধন লাভ কৰিব বুলি তেওঁ কয়।

প্ৰত্যেক দিনাই ৩ লাখ হিতাধিকাৰীৰ একাউন্টত ধন জমা হ’ব আৰু পৰ্য্যায়ক্ৰমে ৫ দিনৰ ভিতৰত সকলোৰে একাউন্টত এই ধন জমা হ’ব।

উল্লেখযোগ্য যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী দুখীয়া হ’ব লাগিব। হিতাধিকাৰীৰ ঘৰত কোনো এগৰাকী হ’লেও দিব্যাংগ অথবা, বিধৱা, অবিবাহিত বা বিবাহ বিচ্ছেদ হোৱা মহিলা থাকিব লাগিব। এইসকল থাকিলেও যদি কোনো চৰকাৰৰ অধীনত কাম কৰা চাকৰিয়াল থাকে তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে। দুখীয়া হ’লেও মাটি ১৫ বিঘাতকৈ কম থাকিব লাগিব। বছৰি আয় ২ লাখতকৈ কম হ’ব লাগিব।চাৰিচকীয়া বাহন, ফ্ৰীজ আৰু ট্ৰেক্টৰ থকা লোকে এই সুবিধা লাভ নকৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd