DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্বাস্থ্যমন্ত্ৰীৰ সলনি ‘মুখ্য মন্ত্ৰী’ প্ৰকাশ হোৱাটো ছপাশালৰ অনিশ্চাকৃত ভুল বুলি স্বীকাৰ বাৰ্তা সম্পাদকৰ

নৰ্থ ইষ্ট নাওৰ বাতৰিৰ পাছতে সুৰ সলালে বিজেপি বাৰ্তাৰ সম্পাদকে; কালি ছপা ভুল নহয় বুলি কৰিছিল দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 3, 2020 5:43 pm
c388e15c-9f73-484c-bdb3-03f87f68e9b3
554
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক বিজেপিৰ মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ শেষ পৃষ্ঠাত প্ৰকাশিত এখন বিশেষ ফটো আৰু তাৰ কেপচনক কেন্দ্ৰ কৰি চ’ছিয়েল মেডিয়াত বহুলভাৱে চৰ্চিত হৈছিল।

ফটোখনৰ তলৰ কেপচনত উল্লেখ আছিল ‘মুখ্যমন্ত্ৰীৰ কোৱাৰেন্টাইন কেন্দ্ৰ প্ৰদৰ্শন’। য’ত নেকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখিবলৈ পোৱা নগৈছিল ফটোখনত।

তাৰ পাছতে সেয়া ছপা ভুল আছিল নেকি বুলি আমাৰ সাংবাদিকে বিজেপি বাৰ্তাৰ সম্পাদক দেৱদত্ত বৰকটকীক সুধিছিল। তেওঁ সেয়া ছপা ভুল নহয় বুলি একেমুখে দাবী কৰাৰ লগতে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাকে মুখ্যমন্ত্ৰী বুলি দাবী কৰিছিল।

লগতে পঢ়ক : এইবাৰ সাংসদে নহয়, বিজেপি বাৰ্তাই মুখ্যমন্ত্ৰী সজালে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক

কিন্তু কালি সবিস্তাৰে নৰ্থ ইষ্ট নাওত এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে আজি সুৰ সলালে বৰকটকীয়ে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে বৰকটকীয়ে কয় ‘এইখন বাৰ্তাৰ শেষপৃষ্ঠাত ” স্বাস্থ্যমন্ত্রীৰ” ঠাইত ছপাশালৰ যান্ত্রিক বিজুতিৰ বাবে “মুখ্যমন্ত্রীৰ” বুলি এখন ফটো প্রকাশ হয়। ইয়াৰ বাবে আমি সম্পাদক হিচাপে দু:খিত। এইটো এটা অনিচ্ছাকৃত ছপাশালৰ ভুল।‘

‘ইয়াকে লৈ চ’চিয়েল মিডিয়া আৰু কিছু বাতৰি প্রতিষ্ঠানত বাতৰি প্রকাশ হোৱা আমাৰ পৰিলক্ষিত হৈছে। সেইখিনি ইয়াতেই অন্ত পেলাবলৈ মই বিনম্রভাবে সকলো পক্ষলৈ অনুৰোধ জনালোঁ।‘ তেওঁ লগতে কয়।

উল্লেখযোগ্য যে, প্ৰকাশিত ফ’টোখনৰ কেপচনতে অন্য এক ভুল পোহৰলৈ আহিছিল।

যোৱা ১১ মে’ত তোলা এই ফটোখনত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত দি উল্লেখ কৰিছিল যে তেওঁ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত ৫০খন বিচনাযুক্ত অত্যাধুনিক আই চি ইউ উদ্বোধন কৰিছিল।

কিন্তু ফ’টোখনত ‘মুখ্যমন্ত্ৰীৰ কোৱাৰেন্টাইন চেন্টাৰ প্ৰদৰ্শন’ কৰা বুলি কেপচনত ভুলকৈ প্ৰকাশ কৰা হৈছিল।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd