DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ কৰ’নাত আক্ৰান্ত হ’ল গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2021 11:58 am
Ajanta-Neog-750x375

অজন্তা নেওগ।

1.2k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ অৱস্থিতি।

শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ কোভিড পজিটিভ পোৱা গৈছে।

অজন্তা নেওগ বিগত কেইদিন ধৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল।

বিজেপি প্ৰাৰ্থী গৰাকীৰ কৰ’না পজিটিভ ওলোৱাৰ পাছত এতিয়া তেওঁৰ সমৰ্থক তথা তেওঁৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা অনুগামীসকলৰো কৰ’না টেষ্ট জৰুৰী হৈ পৰিছে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে সাংসদ তপন কুমাৰ গগৈৰ দেহত পুনৰ দ্বিতীয়বাৰৰ বাবে কোভিড পজিটিভ ধৰা পৰিছিল।

প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ক’ভিড টেষ্ট কৰিছিল সাংসদ গৰাকীয়ে।

১৮ মাৰ্চত সাংসদ গৰাকীয়ে স্বাৱ টেষ্ট কৰাৰ পাছত টেষ্টৰ ফলাফল পজিটিভ আহিছিল। স্বাৱ টেষ্ট কৰাৰ পূৰ্বে কোনো ধৰণৰ ক’ভিডৰ লক্ষণ নাছিল সাংসদ গৰাকীৰ।

ইয়াৰ পূৰ্বেও সাংসদ গৰাকী যোৱা বছৰৰ ২ ছেপ্টেম্বৰত কোভিড-১৯ত আক্ৰান্ত হৈছিল।

বৰ্তমান সাংসদগৰাকীৰ কোভিড টেষ্টৰ ফলাফল নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd