• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাত সঞ্চালকক ভৰ্ৎসনা আদালতৰ

এন ই নাও নিউজ, কলকাতা by এন ই নাও নিউজ, কলকাতা
January 20, 2023 8:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইআইটিত ছাত্ৰৰ মৃত্যুৰ বাবে আদালতে আইআইটি খড়গপুৰৰ সঞ্চালকক ভৰ্ৎসনা কৰিছে। সঞ্চালক ভি কে তিৱাৰীৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে ন্যায়াধীশ ৰাজশেখৰ মান্থা। ক্ষুব্ধ ন্যায়াধীশ গৰাকীয়ে প্ৰশ্ন কৰে, “সঞ্চালকে আদালতৰ ভাষা বুজি নাপায় নেকি? আপোনাৰ পুত্ৰৰ সৈতে হ’লে কি কৰিলেহেঁতেন?”

উল্লেখ্য যে বিশেষ প্ৰয়োজনত বিদেশলৈ যোৱাৰ বাবে আদালতত আজি হাজিৰ হোৱা নাছিল সঞ্চালক ভি কে তিৱাৰী। সঞ্চালকৰ সলনি অধিবক্তা অনিন্দ্য মিত্ৰ উপস্থিত হৈছিল। তাতেই ক্ষুব্ধ হৈ পৰে ন্যায়াধীশ মান্থা। তেওঁ পোনপটীয়াকৈ জানিব বিচাৰে, ‘তেওঁ বিষয়টোৰ গুৰুত্ব বুজি পোৱা নাই নেকি?’

আদালতে বাৰে বাৰে জানিবলৈ বিচাৰিছে যে আইআইটি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যুৰ তদন্তত কি পদক্ষেপ লোৱা হৈছে। ন্যায়ধীশগৰাকীয়ে উত্তৰ নোপোৱাৰ বাবে সঞ্চালকগৰাকীক ব্যক্তিগতভাৱে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু আজিও সঞ্চালক উপ স্থিত নহ’ল।

Apply Now

উত্তৰ বিচাৰি ক্ষুব্ধ ন্যায়াধীশ ৰাজশেখৰ মন্থাই জানিব বিচাৰে, “আপুনি কি কৰি আছে? আদালতৰ উত্তৰ দিয়াটো প্ৰয়োজনীয় নে টকিঅ’লৈ যোৱাটো প্ৰয়োজনীয়? এনেকুৱা এটা প্ৰতিষ্ঠানৰ দায়িত্বত থকা সঞ্চালকৰ এনে আচৰণ?”

অধিবক্তাজনে কয় যে প্ৰতিষ্ঠানটোৰ ফালৰ পৰা এখন তথ্য অনুসন্ধান সমিতি গঠন কৰা হৈছে, যি তদন্ত কৰি এক অনুশাসনমূলক প্ৰতিবেদন দিয়ে। তাৰ পিছত আন এখন উচ্চ-পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হয়।

ন্যায়াধীশ ৰাজশেখৰ মান্থা এই উত্তৰত সন্তুষ্ট নহ’ল। তেওঁ কয় যে মোকৰ্দমাকাৰীসকল গুৱাহাটীৰ দূৰৱৰ্তী অঞ্চলত বাস কৰে। তেওঁলোকৰ কলকাতালৈ আহিবলৈ টকা নাই। তেওঁলোকে গুৱাহাটীৰ পৰা কলকাতালৈ আহিব পৰা নাই। কিন্তু সঞ্চালকে বিষয়টো কেনেকৈ ইমান সহজভাৱে লৈছে? আপুনি আদালতৰ প্ৰশ্নৰ সঠিক উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে নেকি? দূৰৱৰ্তী অঞ্চলৰ বহুতো মেধাৱী শিক্ষাৰ্থীয়ে ইয়ালৈ অধ্যয়ন কৰিবলৈ আহে, যদি তেওঁলোকে সুযোগ পায়, ই দেশ আৰু বিশ্বক লাভান্বিত কৰিব। যদি তেওঁলোকক এনেদৰে বাধা দিয়া হয় ই এক ডাঙৰ ক্ষতি হ’ব।  ৰেগিং এক জঘন্য কাম। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত মানসিক ৰোগ হ’ব পাৰে। যদি ইয়াক বন্ধ কৰা নহয়, ভৱিষ্যতে এটা ডাঙৰ সমস্যা হ’ব। সকলোৱে জানিব লাগিব যে ৰেগিং কিমান ক্ষতিকাৰক! ন্যায়াধীশে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ৬ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰে।

উল্লেখ্য যে যোৱা ১৪ অক্টোবৰত অসমৰ তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ ২৩ বছৰীয়া ছাত্ৰজনৰ মৃতদেহ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছিল। ছাত্ৰজনৰ পৰিয়ালে আইআইটি কৰ্তৃপক্ষৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আদালতৰ কাষ চাপিছিল।

মৃত ছাত্ৰজনৰ অভিভাৱকৰ হৈ আদালতত উপস্থিত হোৱা অধিবক্তা ৰঞ্জিত চেটাৰ্জীয়ে কৈছিল যে আদালতে আইআইটিৰ সঞ্চালকক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। সঞ্চালকে দাখিল কৰা প্ৰতিবেদনত আদালত সন্তুষ্ট নহয়। সেইকাৰণে সঞ্চালকজনক পৰৱৰ্তী শুনানিৰ বাবে মাতি পঠোৱা হৈছিল।

এন ই নাও নিউজ, কলকাতা

এন ই নাও নিউজ, কলকাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd