• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল: মাষ্টাৰমাইণ্ড পুনেৰ জীৱবিজ্ঞানৰ শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰিলে চি বি আয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 4:30 pm
107
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ মে‘ত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ নিট (NEET-UG) প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাত চি বি আয়ে শনিবাৰে এগৰাকী জীৱবিজ্ঞানৰ শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰিছে। মনীষা মান্ধাৰে নামৰ উদ্ভিদবিজ্ঞানৰ এই অধ্যাপিকা গৰাকী নেচনেল টেষ্টিং এজেন্সীৰ (NTA) প্ৰশ্নকাকত প্ৰস্তুত কৰা সমিতিৰো অংশ আছিল। চি বি আইৰ মতে, তেওঁ এই সমগ্ৰ ঘটনাটোৰ এগৰাকী অন্যতম মাষ্টাৰমাইণ্ড আৰু তেওঁৰ পৰাই জীৱবিজ্ঞানৰ প্ৰশ্নসমূহ ফাদিল হৈছিল।

এই ঘটনাৰ মূল অভিযুক্ত তথা অৱসৰপ্ৰাপ্ত ৰসায়ন বিজ্ঞানৰ অধ্যাপক পি ভি কুলকাৰ্ণী আৰু আন কেইজনমান লোকক জেৰা কৰাৰ পিছতেই মনীষাক গ্ৰেপ্তাৰ কৰা হয়। মনীষা মান্ধাৰে পুনেৰ মডাৰ্ণ কলেজ অৱ আৰ্টছ, চাইন্স এণ্ড কমাৰ্চত কৰ্মৰত। মহাবিদ্যালয়খনৰ সূত্ৰৰ মতে, তেওঁ যোৱা পাঁচ-ছয় বছৰ ধৰি এন টি এৰ হৈ নিট পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ কাম কৰি আহিছে। এইবাৰৰ পৰীক্ষাৰ বাবেও তেওঁক উদ্ভিদবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ প্ৰশ্ন প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞ হিচাপে নিযুক্তি দিয়া হৈছিল।

Apply Now

বিষয়া সকলে জানিবলৈ দিয়া মতে, তেওঁৰ হাতত উদ্ভিদবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ সম্পূৰ্ণ প্ৰশ্নকাকত উপলব্ধ আছিল। অভিযোগ অনুসৰি, তেওঁ ২০২৬ চনৰ এপ্ৰিল মাহত পুনেত অনুষ্ঠিত গোপন কোচিং ক্লাছৰ সময়ত একাংশ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীক এই প্ৰশ্নসমূহ ফাদিল কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে মনীষাই লাখ লাখ টকাৰ বিনিময়ত এই প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকলক লিখাই দিছিল। তেওঁ দিয়া বেছিভাগ প্ৰশ্নই ৩ মে‘ৰ পৰীক্ষাত অহা প্ৰশ্নৰ সৈতে মিলি গৈছিল। প্ৰশ্নকাকত ফাদিলৰ এই ডাঙৰ অভিযোগৰ পিছতেই নিট পৰীক্ষা বাতিল কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd