• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন টি এৰ পৰাই নিটৰ প্ৰশ্নকাকত ফাদিল হৈছিল! আদালতত চি বি আইৰ চাঞ্চল্যকৰ দাবী

by
May 15, 2026 3:59 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা বা এন টি এৰ ভিতৰৰ পৰাই হয়তো নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। দিল্লীৰ এখন আদালতত চি বি আয়ে এই চাঞ্চল্যকৰ দাবী কৰিছে। মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হোৱা আয়ুৰ্বেদিক চিকিৎসক শুভম খাইৰনাৰৰ কথা উল্লেখ কৰি চি বি আয়ে কয় যে পুনেৰ যিজন ব্যক্তিৰ পৰা শুভমে প্ৰশ্নকাকত কিনিছিল, তেওঁৰ লগত এন টি এৰ কোনো ব্যক্তিৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে।

এন টি এৰ ভিতৰত সোমাই থকা এই অপৰাধীসকলক বিচাৰি উলিয়াবলৈ চি বি আয়ে বৰ্তমান জোৰদাৰ তদন্ত চলাই আছে। সংস্থাটোৱে এন টি এৰ বহুতো বিষয়া আৰু অন্যান্য চৰকাৰী প্ৰতিষ্ঠানৰ সন্দেহযুক্ত ব্যক্তিক চিনাক্ত কৰাৰ কাম কৰি আছে। প্ৰয়োজন হ‘লে এই লোকসকলক আটক কৰি জেৰা কৰা হ‘ব আৰু গ্ৰেপ্তাৰো কৰা হ‘ব পাৰে। ইতিমধ্যে চি বি আয়ে তিনিখন বেলেগ বেলেগ ৰাজ্যৰ পৰা সাতজন অভিযুক্তক নিজৰ জিম্মাত লৈছে। যোৱা চৌবিশ ঘণ্টাত চি বি আয়ে চৈধ্যখন ঠাইত তালাচী চলোৱাৰ লগতে প্ৰমাণ বিচাৰি এন টি এৰ মুখ্য কাৰ্যালয়ৰ পৰা বহুতো মোবাইল ফোনো জব্দ কৰিছে। বৰ্তমান এই ফোনবোৰৰ কল ৰেকৰ্ড পৰীক্ষা কৰি থকা হৈছে।

Apply Now

ইফালে বাতিল হোৱা নিট পৰীক্ষা অহা তিনি জুনত পুনৰ অনুষ্ঠিত হ‘ব বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰিছে। এই সমগ্ৰ ঘটনাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰশ্নকাকত ফাদিল হোৱাৰ দায়িত্ব স্বীকাৰ কৰে। তেওঁ এই ঘটনাত শিক্ষা মাফিয়া জড়িত থকাৰ কথাও উল্লেখ কৰে। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে প্ৰশ্ন কৰিছে যে এনেকৈ বছৰে বছৰে প্ৰশ্নকাকত ফাদিল হোৱাটো কেনেকৈ সম্ভৱ। বাৰে বাৰে এনে ডাঙৰ পৰীক্ষাত বহিবলগীয়া হ‘লে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু শাৰীৰিক কষ্ট হয় বুলিও বিৰোধীয়ে মত প্ৰকাশ কৰে।

সংবাদমেলত এন টি এৰ কৰ্মচাৰী জড়িত থকাৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চি বি আই এটা বিশ্বাসযোগ্য সংস্থা আৰু তেওঁলোকে ইয়াৰ অতি সূক্ষ্মভাৱে তদন্ত কৰিব। লগতে তেওঁ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে এনে ঘটনা যাতে পুনৰ নহয়, তাৰ বাবে অহা বছৰৰ পৰা নিট পৰীক্ষা সম্পূৰ্ণৰূপে অনলাইন যোগে অনুষ্ঠিত কৰা হ‘ব। প্ৰশ্নকাকত ফাদিল হোৱা ৰোধ কৰিবলৈকে এই পৰীক্ষাৰ সমগ্ৰ ব্যৱস্থাত এনে ডাঙৰ পৰিৱৰ্তন অনাৰ সিদ্ধান্ত লোৱা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

October 21, 2026 12:37 pm
এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

October 21, 2026 12:37 pm
এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd