• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তথ্য জনাৰ অধিকাৰ আইন: নিৰ্ধাৰিত সময়ৰ ভিতৰত তথ্য যোগান ধৰাৰ বিষয়ত মুখ্য তথ্য আয়ুক্তৰ গুৰুত্ব আৰোপ

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
October 26, 2021 7:25 am
RTI awareness
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Right to information গোলাঘাট জিলাৰ কহঁৰাত থকা কাজিৰঙা সমাৰোহ কেন্দ্ৰত সোমবাৰে অসম তথ্য আয়োগৰ উদ্যোগত তথ্য জনাৰ অধিকাৰ আইন-২০০৫ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ বাবে এক সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়।

গোলাঘাট জিলাৰ উপায়ুক্ত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ লগতে বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত অসমৰ মুখ্য তথ্য বিষয়া ডঃ এ পি ৰাউটে আদৰণি ভাষণ দিয়ে।

তেওঁ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ ৰাজহুৱা তথ্য বিষয়াসকলক তথ্যসমূহ সঠিকভাৱে ৰাখিবলৈ আহ্বান জনায় যাতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জনসাধাৰণে তথ্য বিচাৰিলে সময়মতে যোগান ধৰিব পৰা যায়।

Apply Now

তেওঁ তথ্য জনাৰ অধিকাৰ আইনখনে ৰাইজৰ বাবে যিকোনো বিভাগৰ স্বচ্ছতা, জবাবদিহিতা আৰু দায়বদ্ধতা অটুট ৰখা তথা চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে।

জনসাধাৰণে সহজে যাতে এই তথ্যসমূহ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিভাগসমূহক আহ্বান জনায় । 

Also Read: নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি চৰকাৰখনে আজি পৰ্যন্ত কাৰ্যক্ষম নকৰিলে: সাংসদ গৌৰৱ গগৈ

অনুষ্ঠানত অংশ লৈ ৰাজ্যিক তথ্য আয়ুক্ত কনক চন্দ্ৰ শৰ্মাই কেতবোৰ নিৰ্দিষ্ট বিধি ব্যৱস্থাৰ অধীনত ৰাজহুৱা তথ্য-পাতিসমূহ শৃঙ্খলাবদ্ধভাৱে ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে ইতিমধ্যে আইনে ৰাজহুৱা তথ্য-পাতি ৰখাৰ কেতবোৰ বিধি ব্যৱস্থা নিৰ্ধাৰণ কৰিছে। প্ৰতিগৰাকী বিষয়াই তথ্যসমূহ নিৰ্ধাৰিত ব্যৱস্থা অনুসৰি মজুত ৰাখিলে কোনো আবেদনকাৰীয়ে তথ্য বিচাৰি ঘুমুটিয়াই ফুৰিবলগীয়া নহয় বুলিও তেওঁ মত প্ৰকাশ কৰে । 

অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপে পাৱাৰপইণ্ট প্ৰেজেণ্টেশ‍্যনৰ সহায়ত তথ্য জনাৰ অধিকাৰ আইন সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়। তেওঁ বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদনকাৰীক তথ্য প্ৰদানৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ আহ্বান জনায় ।

তেওঁ কয় যে এই আইনখন চৰকাৰ, আৰক্ষী বা ন্যায়ালয়ে নহয়, বৰং ৰাইজেহে ৰূপায়ন কৰে। ইয়াত ৰাইজৰ স্বাৰ্থ আটাইতকৈ ওপৰত বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সংবিধানৰ মতে তথ্য জনাৰ অধিকাৰ আইন এটা মৌলিক অধিকাৰ । 

অনুষ্ঠানত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে এই আইনৰ অধীনত তথ্য প্ৰদান কৰিবলৈ যাওঁতে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানত ৰাজ্যিক তথ্য আয়োগৰ সচিব অনিল কুমাৰ দেউৰীয়ে উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়।

মীনাক্ষী ফুকন,গোলাঘাট

মীনাক্ষী ফুকন,গোলাঘাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd