• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩১ জুলাইৰ ভিতৰত মালিগাঁৱৰ আৰু ৩১ আগষ্টৰ ভিতৰত জু ৰোডৰ উৰণ সেঁতু সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2023 10:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমই জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মালিগাওঁ আৰু ৰাধা গোবিন্দ বৰুৱা পথত নিৰ্মীয়মান উৰণ সেতুৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উপদ্দেশ্যৰে লোকনিৰ্মাণ পথ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্রতিনিধি বৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়।

বৈঠকত মুখ্যমন্ত্ৰীয়ে মালিগাওঁ উৰণ সেতুত মঙলবাৰে সংঘটিত হৈ যোৱা অনাকাংক্ষিত ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ প্রতি লক্ষ্যৰাখি সেতু নিৰ্মাণত কৰ্মৰত শ্রমিক আৰু অন্যান্য লোকসকলক পৰ্যাপ্ত সুৰক্ষা প্রদানৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ জালুকবাৰীৰ দিশৰ পৰা মালিগাঁও অভিমুখী আৰু ভৰলুমুখৰ পৰা মালিগাঁও অভিমুখী গধুৰ যান-বাহন যাতে চলাচল কৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে আজিৰে পৰা অহা ২০ জুন পৰ্যন্ত সেতুৰ এটা দিশ নিশাৰ ভাগত সম্পূৰ্ণ বন্ধ ৰাখি নিৰ্মাণকাৰ্য চলাই নিবলৈ লোকনিৰ্মাণ বিভাগৰ নিৰ্দেশ দিয়ে । 

Apply Now

উক্ত সময়ছোৱাত যান-বাহনৰ গতিবিধি কঠোৰভাৱে নিয়ন্তুণ কৰিবলৈ আৰক্ষী প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। সেঁতু নিৰ্মাণত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানে শ্রমিক আৰু অন্যান্য লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত কৰা গাফিলতিৰ বাবে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। 

ইয়াৰ উপৰি ঠিকাদাৰী প্রতিষ্ঠানক এতিয়াৰে পৰা সুৰক্ষাৰ দিশত অধিক গুৰুত্ব প্রদান কৰি শ্রমিকসকলক হেলেমেট, জেকেট আদিকে ধৰি পৰ্যাপ্ত সুৰক্ষা সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। 

দীৰ্ঘসময়ৰ বাবে যাতে ৰাইজে হাৰাশাস্তি ভুগিব নালাগে তাৰ বাবে এতিয়াৰে পৰা অধিক শ্রমিকৰ দল নিয়োগ কৰি চলিত বৰ্ষৰ ৩১ জুলাইৰ ভিতৰত মালিগাঁও উৰণ সেতুৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰী প্ৰতিষ্ঠানটোক নিৰ্দেশ দিয়ে। সমান্তৰালভাৱে ৰাধা গোবিন্দ বৰুৱা পথত নিৰ্মাণ হৈ থকা উৰণ সেতুখনৰ কাম চলিত বৰ্ষৰ ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰী প্ৰতিষ্ঠানটোক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, লোকনিৰ্মাণ (পথ) বিভাগৰ বিশেষ আয়ুক্ত সচিব চন্দন শৰ্মা, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জিলা উপায়ুক্ত প্রমুখ্যে লোকনিৰ্মাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপৰি ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্রতিনিধিবৰ্গ উপস্থিত থাকে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm
অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

August 6, 2026 1:23 pm
জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

August 6, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd