DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ স্বাস্থ্য সেৱাত প্রকৃততে কি ঘটিছে? কেনেদৰে চলিছে চৰকাৰে স্থাপন কৰা হাস্পাতাল?

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
February 1, 2022 2:52 pm
Gandhibari Hospital
99
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ জিলাৰ পূব প্ৰান্তত অৱস্থিত এটি বৃহত্তৰ অঞ্চল হৈছে গান্ধীবাৰী৷ কৃষিপ্ৰধান অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজৰ স্বাস্থ্যসেৱাৰ প্ৰতি গুৰুত্ব দি গান্ধীবাৰীত ১৯৭৪ চনতে স্থাপন কৰা হৈছিল এটি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ।

দহ বিঘা মাটি-কালিৰে আগুৰি থকা চিকিৎসালয়ৰ চৌহদত চিকিৎসক, নাৰ্চ আৰু আন আন কৰ্মচাৰী থকাৰ বাবে আছে আবাসগৃহসহ এক সুন্দৰ পৰিবেশ।

কিছুদিন ধৰি জনসাধাৰণৰ চিকিৎসা সেৱা ঠিকেই চলি আছিল যদিও সম্প্ৰতি চিকিৎসালয়খনৰ দুৰৱস্থাৰ সীমা নোহোৱা হৈছে ৷

স্বাস্থ্য বিভাগক ৰাইজে বহুবাৰ জনোৱাৰ পিছতো কোনো ফল নোপোৱাৰ অভিযোগ উঠিছে।

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট ২০২২: কি কি ঘোষণা বিত্তমন্ত্ৰী সীতাৰমনৰ? উত্তৰ পূৰ্বাঞ্চলৰ বাবে কি ভাল খৱৰ?

স্থানীয় ৰাইজৰ অভিযোগ কৰা মতে বৰ্তমান চিকিৎসালয়খনত এগৰাকী অস্থায়ীভাবে  চিকিৎসক নিয়োগ কৰি কিবাকৈ চলাই আছে চিকিৎসা সেৱা ৷

চিকিৎসালয়খনত স্থায়ী আয়ুৰ্বেদিক চিকিৎসক এগৰাকীয়ে বহুদিন ধৰি সেৱা প্ৰদান কৰি আহিছিল যদিও কেইবামাহ ধৰি স্বাস্থ্যজনিত কাৰণত চিকিৎসকজনে ছুটি লৈ আছে।

চিকিৎসালয়খনত ফাৰ্মাচিষ্ট নথকাত চকীদাৰেই ফাৰ্মাচিষ্টৰ ভূমিকা লৈ আছে বুলিও স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ।

চিকিৎসালয়খনত এখন এম্বুলেন্স আছিল যদিও সেইখন এতিয়া ভঙাচিগা এটি গেৰেজৰ আলহী।

Ambulance in Gandhibari
বিকল হৈ পৰি থকা একমাত্ৰ এম্বুলেন্সখন। ফটো: নৰ্থইষ্ট নাও।

সুন্দৰকৈ সজোৱা চিকিৎসালয়খনৰ চৌহদটো হাবি জংঘলে আগুৰি ধৰিছে ৷

চিকিৎসক, নাৰ্চ আৰু আন আন কৰ্মচাৰীৰ আবাসগৃহ সমূহ ব্যৱহাৰৰ অভাৱত পৰিত্যক্ত হৈ আছে ৷ কিছুদিন ধৰি চিকিৎসালয়খনত সৃষ্টি হৈছে এক অচলাৱস্থাৰ।

চিকিৎসালয়খনত এগৰাকী স্থায়ী চিকিৎসক আৰু ফাৰ্মাচিষ্ট নিয়োগ কৰিবলৈ  শীঘ্ৰেই বিটিআৰ প্ৰশাসন আৰু অসম চৰকাৰৰ স্বাস্থ্যবিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd