• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৬ খন আসনৰ প্ৰাৰ্থী তালিকা ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 2:30 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বতৰৰ মাজতে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে ৰাজ্যসভাৰ ৬ খন আসনৰ বাবে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে বৃহস্পতিবাৰে পুৱা জনোৱা মতে সংশ্লিষ্ট ৰাজ্যিক গোটসমূহৰ সৈতে আলোচনা কৰি দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেই এই তালিকা চূড়ান্ত কৰিছে। এই তালিকাৰ আটাইতকৈ চৰ্চিত নামটো হৈছে জ্যেষ্ঠ নেতা তথা উচ্চতম ন্যায়ালয়ৰ প্ৰখ্যাত অধিবক্তা অভিষেক মনু সিংভীৰ। তেওঁক তেলেংগানাৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। সিংভীৰ উপৰিও তেলেংগানাৰ আনখন আসনৰ বাবে প্ৰাৰ্থী কৰা হৈছে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ উপদেষ্টা ভেম নৰেন্দ্ৰ ৰেড্ডীক।

দলৰ এই তালিকাত ছত্তীশগড়ৰ পৰা ফুলো দেৱী নেতাম, হাৰিয়ানাৰ পৰা কৰমবীৰ সিং বৌদ্ধ, তামিলনাডুৰ পৰা অনুৰাগ শৰ্মা আৰু মহাৰাষ্ট্ৰৰ পৰা এম ক্ৰিষ্টোফাৰ তিলকক প্ৰক্ষেপ কৰা হৈছে। অভিষেক মনু সিংভীৰ বাবে এই মনোনয়ন অতি তাৎপৰ্যপূৰ্ণ কাৰণ ইয়াৰ পূৰ্বে তেওঁ পশ্চিমবংগৰ পৰা তৃণমূল কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। শেহতীয়াকৈ হিমাচল প্ৰদেশৰ নিৰ্বাচনত তেওঁ পৰাস্ত হ’বলগীয়া হৈছিল যদিও দলে পুনৰ তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। মনোনয়ন লাভ কৰি সিংভীয়ে দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Apply Now

ইফালে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত ভেম নৰেন্দ্ৰ ৰেড্ডীয়েও তেওঁক প্ৰাৰ্থী হিচাপে বাচনি কৰাৰ বাবে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গেকে ধৰি কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনাইছে। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ আনন্দ ব্যক্ত কৰিছে। উল্লেখ্য যে অহা ১৬ মাৰ্চত দেশৰ কেইবাখনো ৰাজ্যৰ খালী হ’বলগীয়া ৩৭ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই ৩৭ খন আসনৰ ভিতৰত বৰ্তমান বিজেপি নেতৃত্বাধীন এনডিএৰ দখলত ১২ খন আসন থকাৰ বিপৰীতে বাকী ২৫ খন আসন বিৰোধীৰ হাতত আছে। কংগ্ৰেছে ৬ খন আসনত প্ৰাৰ্থী দিছে যদিও ৫ খন আসনত তেওঁলোকৰ জয় নিশ্চিত বুলি ধাৰণা কৰা হৈছে আৰু ষষ্ঠ আসনখনৰ বাবে দলটোৱে আন দলসমূহৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am
৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd