DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৬ গৰাকীলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 12:04 pm
9.6k
VIEWS
Share on FacebookShare on Twitter

অসমৰ লগতে নাগালেণ্ডতো ক’ৰ’না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।

আজি ৰাতিপুৱা ৰাজ্যখনৰ ১১ গৰাকী নাগৰিকৰ শৰীৰত কোভিড-১৯ উপস্থিতি ধৰা পৰে।

ইয়াকে লৈ নাগালেণ্ডত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৬ গৰাকীলৈ বৃদ্ধি পায়।

Alert!
9 Male & 2 female, all returnees from Chennai tested COVID19 +ve.

8 at Dimapur & 3 at Kohima.

Update as on: 7:40 am, 30th May. State stand at 36.

— S Pangnyu Phom (@pangnyu) May 30, 2020

ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত ১১ গৰাকী লোকৰ ভিতৰত ৯ জন পুৰুষ আৰু দুগৰাকী মহিলা।

ক’ৰ’না আক্ৰান্ত ১১ গৰাকী লোকৰ আটাইকেইগৰাকীয়ে অলপতে চেন্নাইৰ পৰা নাগালেণ্ডলৈ উভতি আহিছিল বুলি নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এছ পাংগয়ু ফ’মে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

আনহাতে, আক্ৰান্ত ১১ গৰাকী লোকৰ ভিতৰত আঠ গৰাকী লোকক ডিমাপুৰত ৰখাৰ বিপৰীতে তিনি গৰাকীক ক’হিমাত চিকিৎসাৰ বাবে ৰখা হৈছে।

উত্তৰ-পূবৰ ভিতৰত ক’ৰ’নাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য হৈছে অসম।

অসমত শুকুৰবাৰে ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ১০০০ অতিক্ৰম কৰে।

Recent News

শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস

Ajit Kumar Bhuyan

ভৱানীপুৰৰ বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অভিযোগ অজিত ভূঞাৰ

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

human rights of truck drivers

ট্ৰাক চালকৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ পৰামৰ্শ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd