• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত দৃষ্টিহীনৰ ক্ৰিকেট প্ৰতিযোগিতাত অসম অন্ধ শিশু বিদ্যালয়, বিহপুৰীয়া বিজয়ী

NE NOW NEWS ফাৰহানা আহমেদ
উত্তৰ লখিমপুৰ , January 11, 2019 5:28 pm

1 min read

5
204
VIEWS
Share on FacebookShare on Twitter

১০ জানুৱাৰি বৃহস্পতিবাৰে বোকাখাতত দৃষ্টিহীনসকলৰ বাবে অনুষ্ঠিত টি-২০ ক্ৰিকেট মেচত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ একমাত্ৰ অন্ধ বিদ্যালয়—অসম অন্ধ শিশু বিদ্যালয়, বিহপুৰীয়া বিজয়ী হৈছে। যোৰহাটৰ অল আছাম ব্লাইণ্ড ফ্ৰেণ্ডছ ক্লাবক ৩৮ ৰানৰ ব্যৱধানত হৰুৱাই অসম অন্ধ শিশু বিদ্যালয় বিজয়ী হয়।

গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰে সদৌ অসম দৃষ্টিহীন কল্যাণ পৰিষদে। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে দৃষ্টিহীনসকলৰ দক্ষতা বৃদ্ধি কৰা।

প্ৰতিযোগিতাত বিজয়ী অসম অন্ধ শিশু বিদ্যালয়, বিহপুৰীয়াই নগদ ৬,০০০ টকা, এটা ট্ৰফী আৰু এখন প্ৰমাণপত্ৰ লাভ কৰে।

বিজয়ী ক্ৰিকেট দলটোৰ অধিনায়ক হৈছে জিণ্টু সোণোৱাল আৰু উপ অধিনায়ক হৈছে সচীন পেগু। ক্ৰিকেট দলটোৰ আন আন খেলুৱৈসকল হৈছে ৰঞ্জন সৰকাৰ, মণ্টু কুটুম, গোপাল প্ৰসাদ উপাধ্যায়, অমিত ৰাই, কৰুণা গগৈ, কিশোৰ নাগ, অৰূপ দাস, দুলাল হাজৰিকা আৰু গোপাল নৰহ। উল্লেখ্য যে অধিনায়ক জিণ্টু সোণোৱালে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ বেটছমেন আৰু শ্ৰেষ্ঠ ব’লাৰৰ খিতাপ অৰ্জন কৰে।

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd