• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছত আক্ৰান্ত কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্থিক এন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 12:31 pm
Kailash-Kartik-1

কামৰূপ (গ্ৰাম্য) জিলা উপায়ুক্ত কৈলাশ কাৰ্থিক এন। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই অহাৰ মাজতে এইবাৰ কৰ’নাত আক্ৰান্ত হ’ল কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্থিক এন।

ৰাজ্যখনত বিধানসভা নির্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পাছতে হঠাৎ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল উপায়ুক্ত গৰাকী।

Apply Now

ইয়াৰ পাছতে উপায়ুক্তৰাকীয়ে কৰ’না টেষ্ট কৰাত তেওঁৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে।

বৰ্তমান উপায়ুক্ত গৰাকীক হোম আইছ’লেশ্যনত আছে। ‘প্ৰতিদিন টাইম’ৰ বাতৰিত এইকথা প্ৰকাশ পাইছে।

ইপিনে, ৰাজ্যখনত ক’ৰনাৰ সংক্ৰমণৰ গতি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছে। কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা ৰাজ্যখনত দেওবাৰে নতুনকৈ ৩৫২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, ৰাজ্যখনত কৰ’নাত এগৰাকী লোকৰ মৃত্যু হৈছে। দেওবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাতে কৰ’নাত আক্ৰান্ত হৈছে ১৮৬ গৰাকী লোক।

ৰাজ্যখনত এতিয়া সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ১,৯০২গৰাকী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd