• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2021 3:58 pm

1 min read

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন
154
VIEWS
Share on FacebookShare on Twitter

আজি দেশৰ গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠানত বায়োটেকন’লোজি বিভাগে প্ৰতীকপদ হিচাপে কোভিড ভেকচিনৰ বিকাশৰ পৰ্যায় সমূহ উপস্থাপন কৰে।

বায়োটেকন’লোজি বিভাগৰ প্ৰতীকপদৰ মূল বিষয়স্তু হৈছে ‘আত্ম-নিৰ্ভৰ ভাৰত অভিযান: কোভিড’।

প্ৰতীকপদটোৰ সন্মুখৰ ভাগত এগৰাকী বিজ্ঞানীক কোভিড ভেকচিনৰ সৈতে সুন্দৰভাৱে উপস্থাপন কৰা দেখা গৈছে।

আনহাতে, প্ৰতীকপদটোৰ নিম্নভাগত কোভিড ভেকচিন বিকাসৰ বিভিন্ন স্তৰ তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।

সমগ্ৰ বিশ্বত কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত ভাৰতেও অন্যান্য উন্নত দেশ সমূহৰ সৈতে ফেৰ মাৰি কোভিড ভেকচিন বিকাশৰ বাবে কাম কৰিছিল।

পৰৱৰ্তী সময়ত ভাৰত বায়োটেক আৰু আই চি এম আৰে যুটীয়াভাৱে কোভাক্সিন নামৰ ভাৰতৰ থলুৱা কোভিড ভেকচিন প্ৰস্তুত কৰি উলিয়াই আৰু ভাৰতত ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰো অনুমতি দিয়া হয়।

ইয়াৰোপৰি, অক্সফোৰ্ডৰ সৈতে পুনেৰ চেৰাম ইষ্টিটিউটে কোভিশ্বিল্ড ভেকচিনৰো বিকাশৰ বাবে একেলগে কাম কৰে।

সমগ্ৰ বিশ্বত ভাৰতে কোভিডৰ ভেকচিন বিকাশ আৰু নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd