• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনেকৈয়ে চলিছে যাতায়ত! ৰাজ্যত বিজেপিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে জৰাজীৰ্ণ বাঁহৰ দলঙে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 25, 2021 10:33 am
Bamboo bridge Tamulpur

ফটো: নৰ্থইষ্ট নাও।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনোত্তৰ কালত বিজেপি নেতৃত্বাধীন ৰাজ্যত প্রকৃততে কিমান উন্নয়ন হৈছে ?

যাতায়ত ব্যবস্থাই হৈছে একো একোটা অঞ্চলৰ আৰ্থ সামাজিক দিশৰ উন্নয়নৰ মাপকাঠি। কিন্তু কিছুমান অঞ্চলৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি আমাৰ উন্নয়ন প্ৰকৃতাৰ্থত কিমান হৈছে !

Apply Now

তামুলপুৰ বিধানসভা সমষ্টিৰ বৰবালিশীহা গাঁওত বৰলীয়া নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলং।

নদীখনৰ ওপৰত এখন পকী দলং নিৰ্মান নোহোৱাৰ বাবে বছৰৰ পিছত বছৰ ধৰি  যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে নৈ খনৰ দুই পাৰৰ নাগ্ৰীজুলি,  বৰবালিশিহা, লতিবাৰী, বৰলীয়াপাৰ, গেৰুৱাপাৰ, দোৱামখা,  ৰামেচুবুৰী, ঢেকিপোতা আদিকে ধৰি কে’বাখনো গাঁওৰ ৰাইজ৷

সততে দেখা পোৱা যায় জহি খহি খোৱা যোৱা বাঁহৰ দলংখনৰ ওপৰেৰে অতি বিপজ্জনকভাৱে হাতৰ মুঠিত জীৱনটো লৈ মানুহ পাৰ হৈ যোৱা শিহৰণকাৰী দৃশ্য।

জৰাজীৰ্ণ দলংখনেৰে পাৰ হওঁতে যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ানক দুৰ্ঘটনা।

তামুলপুৰ মহকুমা সদৰ সংযোগী নাগ্ৰীজুলি- লতিবাৰী- তামুলপুৰ পথৰ  বৰবালিশিহাত বৰলীয়া নদীৰ ওপৰত এখন স্থায়ী পকী দলং নথকাত এইদৰে বিপদ সংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সাধাৰণ ৰাইজ।

ভগা দলঙেৰে পাৰ হওঁতে দলঙৰ পৰা পৰি বহু লোক আঘাত প্ৰাপ্তও হৈছে। নিশা হ’লেই পথটোৰে বন্ধ হৈ পৰে যাতায়ত।

অঞ্চলটোৰ ৰাইজে বিগত সময়ছোৱাত চৰকাৰ, জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো বৰলীয়া নদীৰ ওপৰত আজিও নিৰ্মাণ নহ’ল এখন পকী দলং।

স্থানীয় ৰাইজে প্ৰতি বছৰে গাঁঠিৰ ধন ভাঙি বাঁহৰ দলংখন মেৰামতি কৰি লয় যদিও বাৰিষা আহিলেই বৰলীয়া নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে বাঁহৰ দলং খন।

বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি অহা অঞ্চলটোৰ ৰাইজৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক কাতৰ আহ্বান -আমাৰ যাতায়তৰ সুবিধাৰ বাবে শীঘ্ৰেই বৰলীয়া নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিয়ক।

পিচে, ৰাইজৰ এই অনুৰোধ শুনিবনে চৰকাৰে?

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd