• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন নিয়ম : কাজিৰঙাত জীপ ছাফাৰিৰ চালকৰ য়ুনিফ’ৰ্ম, আই কাৰ্ড থাকিব লাগিব

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2018 8:26 am
jeep-safari
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা অভয়াৰণ্যত বিভিন্ন পৰ্য্যটকক জীপত তুলি বন্যপ্ৰাণী দেখুৱাবলৈ নিয়া জীপ ছাফাৰিৰ চালকসকলৰ বাবে বন বিভাগে কেইটামান নতুন নিয়ম বান্ধি দিছে। অহা ছিজনৰ পৰা এই নতুন নিয়মকেইটা প্ৰজোয্য হ’ব।

নতুন নিয়মৰ ভিতৰত প্ৰধান দুটা নিয়ম হ’ল, চালকসকলে নিৰ্ধাৰিত পোচাক পিন্ধিব লাগিব। দ্বিতীয়তে, তেওঁলোকে নিজৰ পৰিচয় পত্ৰ লগত ৰাখিব লাগিব আৰু সেয়া ডিঙিত আঁৰি ল’ব লাগিব।

Apply Now

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদীপ বৰুৱাই জানিবলৈ দিয়ে যে  পৰ্যটন ব্যৱস্থাপনা কিছু উন্নত তথা এক শৃংখলাবদ্ধ কৰি তুলিবৰ কাৰণে এইবাৰ ব্যৱস্থা হাতত লোৱা হৈছে।

তেওঁ কয় যে, নতুন পৰ্যটন বৰ্ষৰ পৰা কাজিৰঙাৰ সকলো জীপ ছাফাৰিৰ চালকে এই নিয়মবোৰ মানি চলিব লাগিব।

য়ুনিফ’ৰ্ম আৰু আই কাৰ্ডৰ উপৰি গাড়ীৰ কাগজ-পত্ৰৰ ক্ষেত্ৰতো কঠোৰ নীতি-নিয়ম মানি চলা হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত গাড়ী চলাবলৈ ইচ্ছা কৰা সকলো জীপ ছাফাৰিৰ গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ কাৰ্যালয়ত গাড়ীখনৰ সকলো যাৱতীয় কাগজ-পত্ৰ জমা দি আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব। তাৰোপৰি উদ্যান কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা উদ্যানৰ ভিতৰত গাড়ী চলোৱাৰ নীতি-নিৰ্দেশনা মানি চলিব লাগিব।

সঞ্চালকজনে জনোৱামতে, চলিত পৰ্যটন বৰ্ষ মুকলি হোৱাৰ পূৰ্বেই জীপ ছাফাৰিৰ চালকসকলক এইবোৰ দিশ সামৰি আৰু লগতে পৰ্য্যটক সকলৰ সৈতে কৰিব লগীয়া ব্যৱহাৰ আৰু কথোপকথন সন্দৰ্ভত এটা প্ৰশিক্ষণ কাৰ্য্যসূচী লোৱা হ’ব। এই প্ৰশিক্ষণৰ কালছোৱাত বনৰীয়া জন্তুৰ আচৰণ, গতি-বিধি পৰ্যৱেক্ষণ, পৰ্যটকৰ সৈতে ব্যৱহাৰ, কথোপকথনৰ কলা আদি সম্পৰ্কে জ্ঞান দিয়া হ’ব।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ প্ৰতি বছৰে দেশ-বিদেশৰ বহু সংখ্যক পৰ্যটকৰ আগমন ঘটে।  ইয়াৰ পৰা চৰকাৰে বছৰি যথেষ্ট পৰিমাণৰ ৰাজহ পোৱাৰ লগতে স্থানীয় বহু নিবনুৱাই পৰ্য্যটনৰ ফলত সংস্থাপন লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd