• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় জলসম্পদ ঠিকাদাৰ সন্থাৰ অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘটৰ দ্বিতীয় দিনত প্ৰৱেশ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
September 11, 2018 7:19 pm
IMG-20180911-WA0036
325
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জলসম্পদ ঠিকাদাৰ সন্থাই কৰ্তৃপক্ষই  ঠিকা প্ৰদান কৰাৰ সময়ত আশ্ৰয় স্বজন-পোষণ আৰু দুৰ্নীতিৰ প্ৰতিবাদত ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘটে আজি দ্বিতীয় দিনত প্ৰৱেশ কৰিছে।

সোমবাৰে দিনৰ ১১-০০ বজাত জল সম্পদ বিভাগৰ ডিভিজনৰ চৌহদত ঠিকাদাৰসকলে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল।

ৰাজ্য চৰকাৰৰ প্ৰতি বিষেদ্গাৰ কৰি সংস্থাৰ নেতাগৰাকীয়ে কৈছে যে ই-টেণ্ডাৰিঙৰ জৰিয়তে বৃহৎ ঠিকাদাৰসকলক সহায় কৰাৰ লগতে ক্ষুদ্ৰ ঠিকাদাৰসকলক প্ৰাপ্্যৰ পৰা বঞ্চিত কৰা হৈছে।

সংস্থাৰ মতে ই-টেণ্ডাৰিং বিভাগীয় নিয়মমতে হোৱা নাই আৰু এইক্ষেত্ৰত বৃহৎ ঠিকাদাৰসকলে ৰাজনৈতিক পৃষ্ঠপোষকতা লৈ অহা ঠিকাদাৰসকলক ঠিকা প্ৰদান কৰা হৈছে।

ডিব্ৰুগড় জলসম্পদ ঠিকাদাৰ সন্থাৰ সভাপতি পৰাগ গগৈয়ে উল্লেখ কৰিছে যে নিবিদাৰ নিয়ম পালন নকৰাকৈয়ে দুটা বৃহৎ ঠিকা প্ৰদান কৰা হৈছে।

এনে এটা প্ৰকল্প হৈছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত  মুলুকগাঁৱত ব্ৰহ্মপুত্ৰৰ স্পীল চেনেলসমূহৰ পৰা ‘ভূমি পুনৰুদ্ধাৰ’ৰ আঁচনিৰ  ৪০ লাখ টকীয়া প্ৰকল্পৰ এটা ঠিকা নিয়ম বহিৰ্ভুতভাৱে এগৰাকী ঠিকাদাৰক প্ৰদান কৰা হৈছিল।

একেদৰে ৪৬.৯৮ লাখ টকীয়া ৪ কি:মি:ৰ বগীবিল আইথান ৰিঙৰ বান্ধ পুনৰুদ্ধাৰৰ আন এটা প্ৰকল্পৰ ঠিকাও টেণ্ডাৰ অবিহনেই ঠিকাদাৰক প্ৰদান কৰা হৈছিল।

গগৈয়ে অভিযোগ কৰিছে যে আনকি, সমষ্টিৰ বাবে অহা পুঁজিও ই-টেণ্ডাৰিং অবিহনে কেইজনমান নিৰ্বাচিত ঠিকাদাৰক প্ৰদান কৰা হৈছিল। ৰাজনৈতিক পৃষ্ঠপোষকতা থকা লোকলৈ ঠিকা প্ৰদান কৰা হৈ আহিছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd