• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোটি কোটি টকা উপাৰ্জন কৰিলেও দিব নালাগে আয়কৰ : আয়কৰৰ উপৰত নিৰ্ভৰশীল নহয় এইকেইখন দেশৰ অৰ্থনীতি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 25, 2024 2:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আয়কৰ কি? আয়কৰ হৈছে দেশৰ জনসাধাৰণৰ আয়ৰ ওপৰত আৰোপ কৰা কৰ। জনসাধাৰণৰ আয় যিমানেই বেছি হ’ব সিমানেই কৰৰ পৰিমাণ বেছি হ’ব। এইদৰে জনসাধাৰণৰ উপাৰ্জনৰ পৰা কৰ সংগ্ৰহ কৰি ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশে দেশৰ অৰ্থনীতি শক্তিশালী কৰে।

কিন্তু এনেকুৱা কিছুমান দেশ আছে য’ত কোনো আয়কৰ লোৱা নহয়। আজি আয়কৰ সংগ্ৰহ নকৰা কেইখনমান দেশৰ অৰ্থনীতিৰ বিষয়ে জানো আহক –

Apply Now

চৌদি আৰব

কৰমুক্ত দেশৰ তালিকাত প্ৰথম স্থানত আছে চৌদি আৰৱ। চৌদি আৰৱত চৰকাৰে দেশৰ জনসাধাৰণৰ পৰা কোনো ধৰণৰ আয়কৰ সংগ্ৰহ নকৰে। পৰোক্ষ কৰৰ দ্বাৰাই এই দেশত দেশৰ অৰ্থনীতি সবল কৰা হয়।

কাটাৰ

আয়কৰ সংগ্ৰহ নকৰা বিশ্বৰ দ্বিতীয়খন দেশ কাটাৰ। কাটাৰৰ তেল উৎপাদন খণ্ড অত্যন্ত শক্তিশালী। তেল বিক্ৰী খণ্ডত বহুত টকা উপাৰ্জন হয়। ফলত কাটাৰৰ জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ কৰা নহয়। সেয়ে কাটাৰ এখন সৰু দেশ হ’লেও কাটাৰৰ জনসাধাৰণ কৰমুক্ত হোৱাৰ বাবে যথেষ্ট ধনী৷

ব্ৰুনাই

কাটাৰৰ দৰে ব্ৰুনাইতো তৈলক্ষেত্ৰ আছে। ফলত দেশৰ মূল উপাৰ্জন সেই তেলৰ পৰাই আহে। ফলত ব্ৰুনাইৰ জনসাধাৰণৰ ওপৰত কোনো ধৰণে কৰ আৰোপ কৰা নহয়

কুৱেইট

কুৱেইটতো জনসাধাৰণৰ ওপৰত কোনো কৰ আৰোপ কৰা নহয়। কুৱেইটে নিজৰ তেলৰ পৰা বহু টকা উপাৰ্জন কৰে। সেই উপাৰ্জিত ধনে দেশৰ অৰ্থনীতি সুদৃঢ় কৰি ৰাখিবলৈ সক্ষম হৈছে।

বাহৰেইন

বাহৰেইন এনে এখন দেশ য’ত প্ৰত্যক্ষ কৰ নাই যদিও পৰোক্ষ কৰ যথেষ্ট শক্তিশালী। ইয়াত ষ্টাৰ্ট-আপ ইমানেই শক্তিশালী যে তেওঁলোকৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰি দেশৰ অৰ্থনীতি ভালদৰে চলোৱা সম্ভৱ।

মনাকো

মনাকোত চৰকাৰে জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ নকৰে। ফলত ইউৰোপৰ এই সৰু দেশখন কৰমুক্ত।

ওমান

ওমানত প্ৰচুৰ পৰিমাণে তেল আৰু গেছ পোৱা যায়। এই দুটা খণ্ডৰ পৰা ইমান টকা আহে যে দেশৰ অৰ্থনীতি চলোৱাটো সম্ভৱ। গতিকে ওমানীয়া নাগৰিকৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ কৰা নহয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd