• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি উকলিব আলফাৰ সময়সীমা; কুইপৰ অভিযন্তা প্ৰনৱ কুমাৰ গগৈৰ ঘৰত শোকাকুল পৰিৱেশ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , February 16, 2021 4:59 pm

1 min read

191
VIEWS
Share on FacebookShare on Twitter

আলফাই অপহৰণ কৰা দুই বিষয়াক মুক্তি দিয়া সন্দৰ্ভত আলফা স্বাধীনে বান্ধি দিয়া সময়ৰ আজি অন্তিম দিন।

শিৱসাগৰৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈৰ ঘৰত এতিয়া শোকাকুল পৰিবেশ।

প্ৰণৱ কুমাৰ গগৈৰ পত্নী আৰু মাতৃয়ে পৰেশ বৰুৱাৰ প্ৰতি পুনৰ আহ্বান জনাইছে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক শীঘ্ৰে মুকলি কৰি দিয়ক।

যোৱা ২১ ডিচেম্বৰত অৰুণাচলৰ পৰা অপহৃত হৈছিল কুইপৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।

এই পৰ্যন্ত দুই বিষয়াক উদ্ধাৰৰ বাবে চৰকাৰ আৰু তেল কোম্পানী কোনোটো পক্ষই চেষ্টা কৰা পৰিলক্ষিত হোৱা নাই।

ইপিনে, সোমবাৰে সংযুক্ত মুক্তি বাহিনী(স্বাধীন), অসমক কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিবলৈ আহ্বান জনাইছে অসম নাগৰিক সমাজে।

এক বিবৃতিত নিৰপৰাধী ব্যক্তি দুজনক এনেদৰে পণবন্দী কৰি তেওঁলোকক হত্যাৰ ভাবুকি দিয়াটো দেশপ্ৰেম আৰু জাতি প্ৰেমৰ লগত জড়িত কথা নহয় বুলি উল্লেখ কৰি নাগৰিক সমাজে কয় যে ই হ’ল দেখদেখকৈ এক অমানৱীয় আৰু সন্ত্ৰাসবাদী কাৰ্য৷

অসম নাগৰিক সমাজে কোনো ক্ষয়-ক্ষতি নকৰাকৈ অপহৃত ব্যক্তি দুজনক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আলফাৰ প্ৰতি আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত চৰকাৰী উদাসীনতাত আশ্চৰ্য প্ৰকাশ কৰিছে৷

আনহাতে, আজি ডেটলাইন উকলিবলগীয়া আলফা চৰ্তৰ বিষয়টোৱে ৰাজ্যখনৰ শান্তিপ্ৰিয় জনসাধাৰণক উদ্বিগ্ন কৰি ৰাখিছে।

Recent News

bhaba

দুধনৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই হুংকাৰ দিলে বিজেপি কৰ্মীয়ে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd