DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিশু আৰু গৰ্ভৱতী মহিলাৰ কল্যাণ! কেনে দায়িত্ব পালন কৰিছে সমাজ কল্যাণ বিভাগে?

শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে অহা খাদ্যত খাদ্যতকৈ বেছি পোক

ইয়াছিন আলী by ইয়াছিন আলী
June 5, 2021 10:04 am
IMG_20210605_063418

ফটো: নৰ্থইষ্ট নাও।

220
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি বিশেষ আঁচনিৰ যোগেদি কোটি কোটি টকা খৰচ কৰা পৰিলক্ষিত হৈছে। কিন্তু কিমান উপকৃত হৈছে সেই আঁচনিৰ পৰা শিশু আৰু গৰ্ভৱতী মহিলা সকল?

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পত নাভূত নাশ্ৰুত কাণ্ড। চৰকাৰৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ বিকাশত চেঁচাপানী ঢালিছে বিভাগীয় একাংশ কৰ্মীয়ে।

কোকিলাত শিশু আৰু গৰ্ভৱতী মহিলাৰ বিকাশৰ বাবে অহা খাদ্য সম্পুৰ্ণ অস্বাস্থ্যকৰ, অপুষ্টিকৰ,পচা আৰু পোক পৰুৱা যুক্ত দেখিবলৈ পোৱা গৈছে। খাদ্যৰ পৰিমাণতকৈ পোকৰ পৰিমাণেই যেন বেছি দেখা গৈছে।

কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ নামৰ এটা বিভাগক দিছিল এই আঁচনিৰ দায়িত্ব। কিন্তু বিভাগটোৱে যি খাদ্যৰ যোগান ধৰিছে সেয়া শিশু আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ কৰিলে নিসন্দেহে বিকাশৰ ঠাইত নিশ্চিত বিনাশহে হব।

সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পই বিতৰণ কৰা খাদ্য সমূহ সম্পুৰ্ণ পচা, পোক পৰুৱায়ুক্ত খাদ্য।

খাদ্য সমূহ বিতৰণ কৰা অংগনবাদী কৰ্মী মুছলিমা খাতুনক এনে খাদ্য বিতৰণ নকৰিবলৈ আহ্বান জনাইছিল অভিভাৱক সকলে। কিন্তু দম্ভালি মাৰি মুছলিমাই কয় যে আপোনালোকে যি কৰিব পাৰে কৰক।

এই মহামাৰী কৰ’নাৰ সময়ত ত্ৰস্তমান সকলো। যাৰ বাবে বিভিন্ন প্ৰকাৰে ৰাইজক সকাহ দিবলৈ যত্ন কৰিছে চৰকাৰে। কিন্তু একাংশ বিভাগীয় কৰ্মীয়ে চলাইছে লুট পাট। শিশু আৰু গৰ্ভৱতী মহিলাসকলক অভিভাৱক সকলে খাদ্যৰ পৰিমাণ কমকৈ দিয়াৰো অভিযোগ কৰিছে।

এতিয়া কথা হ’ল যে চৰকাৰে শিশু আৰু গৰ্ভৱতী মহিলাৰ বিকাশৰ চিন্তাত চেঁচা পানী ঢালি সেই সমূহ আঁচনিত লুট পাত চলোৱা কৰ্মী আৰু দায়িত্ববাহী বিষয়াৰ ওপৰত কি ব্যৱস্থা লয় সেয়া লক্ষ্যণীয় হব।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd