• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন বিষয়াৰ নেতৃত্বতে ধ্বংসৰ দিশে বুঢ়াচাপৰি অভয়াৰণ্য! কাণসাৰ নাই চৰকাৰ, বন বিভাগৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
April 4, 2022 12:21 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধ্বংসৰ দিশে আগবাঢ়িছে বুঢ়াচাপৰি অভয়াৰণ্য। নগাওঁ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰি অভয়াৰণ্য তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত বনাঞ্চল ৰূপে খ্যাত বুঢ়াচাপৰি অভয়াৰণ্যখন এতিয়া ধ্বংসৰ দিশে ঢাপলি মেলিছে। কিয়নো ইয়াৰ দায়িত্বত থকা বন বিষয়া চুনাম কুমাৰ গুপ্তাৰ নেতৃত্বতে এই ধ্বংসলীলা চলাৰ অভিযোগ উঠিছে।

বুঢ়াচাপৰি অভয়াৰণ্যখনৰ দায়িত্বত থকা বিষয়া সুনাম কুমাৰ গুপ্তা ৰহস্যজনকভাবে নিমাত হৈ থকাত সন্দেহৰ অৱকাশ সৃষ্টি হৈছে। বালি মাফিয়াই  অবৈধ খননকাৰ্য চলাই গৈছে।

বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰ ভাগত ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষত বালি মাফিয়াই এই খননকাৰ্য চলাইছে। এক্সেভেটৰ আৰু ট্ৰেক্টৰৰ সহায়ত বালি মাফিয়াই এইদৰে একপ্ৰকাৰ সন্ত্ৰাস চলাই আছে। কিন্তু সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰিছে ৰাজ্যৰ বিয়াগোম বন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে।

Apply Now

লগতে পঢ়ক: জ্যোতি নৰসিংহানন্দৰ বিৰুদ্ধে পুনৰ ঘৃণা বিয়পোৱা ভাষণ দিয়াৰ অভিযোগ; দাখিল এজাহাৰ

স্থানীয় এগৰাকী সচেতন ব্যক্তিয়ে সমগ্ৰ ঘটনাটো বন বিষয়া চুনাম কুমাৰ গুপ্তাক অৱগত কৰাৰ পাছত বন বিভাগৰ কৰ্মচাৰী গৈ খনন কাৰ্য্যত বাধা প্ৰদান কৰি খনন বন্ধ কৰি দিছিল যদিও তাৰ এঘণ্টা পাছতেই পুনৰ ৰহস্যজনকভাবে বালি মাফিয়াই অবৈধ খনন চলাইছে।

উল্লেখ্য যে কিছুদিন পুৰ্বে বনবিভাগৰ সোপাঢিলা স্থিতিৰ বাবেই একাংশ দুষ্ট চক্ৰই বনৰীয়া মহ নিধন কৰি ভক্ষণ কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ এইজন বন বিষয়াই কাকো কেৰেপ নকৰাকৈ চলাই ৰাখি ব্যাপক অৰাজকতা সৃষ্টি কৰাৰ অভিযোগ উঠিছে।

কেতিয়াবা যদি বনৰীয়া জীৱ-জন্তু নিধন, আন কেতিয়াবা আকৌ অৰণ্যৰ ভিতৰৰ পৰা গছ-গছনি ধ্বংস। সকলোতে নিমাত বন বিষয়া সুনাম কুমাৰ গুপ্তা। স্থানীয় সচেতন ৰাইজে কৰা অভিযোগ মতে বন বিষয়া সুনাম কুমাৰ গুপ্তাই এক মোটা অংকৰ ধনৰ বিনিময়ত সকলো দেখিও নেদেখাৰ ভাও ধৰি থাকে।

লগতে পঢ়ক: অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা অৰবিন্দ সিঙৰ আত্মসমৰ্পণ; কাণত ধৰি খুজিলে ক্ষমা

সেয়ে এইক্ষেত্ৰত সচেতন ৰাইজে এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে অসম চৰকাৰক দাবী জনাইছে। অন্যথা এদিন হয়তো বুঢ়াচাপৰি অভয়াৰণ্য কেবল মানচিত্ৰতহে থাকিব, বাস্তৱত কেৱল মৰুভূমি সদৃশ দৃশ্যহে দেখা যাব।

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd